ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয় 

  • Home
  • ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয় 

ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়  ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফেচবুক পেজ ।Dhaman Higher secondary school

নীলু বাইদেউৰ আনুষ্ঠানিক বিদায় দিনটোত
20/06/2025

নীলু বাইদেউৰ আনুষ্ঠানিক বিদায় দিনটোত

ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সমস্যা তথা বিদ্যালয়খনিৰ আন্ত:গাঠনি উন্নয়ন সম্পৰ্কীয় বিষয়বোৰ বিতংভাৱে আলোচনা কৰা...
16/05/2025

ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সমস্যা তথা বিদ্যালয়খনিৰ আন্ত:গাঠনি উন্নয়ন সম্পৰ্কীয় বিষয়বোৰ বিতংভাৱে আলোচনা কৰাৰ বাবে অনুষ্ঠিত কৰা ৰাজহুৱা সভাৰ কিছু ছবি ।

বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ শ্যামন্ত গগৈ ছাৰ আদিত্য হস্পিটালত  আজি স্বৰ্গগামী হয় । বিদ্যালয় চৌহদত তেখেতক শ্ৰ...
13/05/2025

বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ শ্যামন্ত গগৈ ছাৰ আদিত্য হস্পিটালত আজি স্বৰ্গগামী হয় । বিদ্যালয় চৌহদত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো।

বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ।
27/02/2025

বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ।

৬৫ সংখ্যক বার্ষিক সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ
14/02/2025

৬৫ সংখ্যক বার্ষিক সাহিত্য আৰু সাংস্কৃতিক সমাৰোহ

Annual Sports 2025 1st Day
10/02/2025

Annual Sports 2025 1st Day

Gunotsav 2025 External Evaluation Day
05/02/2025

Gunotsav 2025 External Evaluation Day

Gunotsav 2025 Self Evaluation Day .
04/02/2025

Gunotsav 2025 Self Evaluation Day .

Address


786610

Telephone

+918011061760

Website

Alerts

Be the first to know and let us send you an email when ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়  posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share