নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR

নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR, Educational Research Center, Hangrabari, Ghy/36, .

Photos from নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR's post 29/11/2025

বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো শ্ৰী শ্ৰী কৃষ্ণৰ সপ্তম বাৰ্ষিক ৰাসোৎসৱ ভাগি অহা ১৩ ডিচেম্বৰত আয়োজন কৰা হৈছে। সেই উপলক্ষে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰ লগতে সন্ধিয়া জুবিন গাৰ্গ দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিহানাম প্ৰদৰ্শন কৰাৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মঞ্চস্থ কৰা হ'ব। সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ..🙏

Photos from নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR's post 21/01/2025

শিল্পগ্ৰাম মহোৎসৱত নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ শিল্পীসকলৰ সীতা হৰণ বালিবধ নাট প্ৰদৰ্শন।আমিও সুগ্ৰীৱৰ চৰিত্ৰটি ৰূপায়ণ কৰো।

08/01/2025

Some clippings of participation in the community cultural programme in NEZCC

Photos from নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR's post 08/01/2025

Team of নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR participated in the community cultural programme of NEZCC shilpagram guwahati and performed Raasleela on 8/1/25.
https://www.facebook.com/share/v/163iZTKk4i/

04/01/2025

ৰাসোৎসৱৰ স্মৃতিগ্ৰন্থ কেলি কৰে বৃন্দাবনে উন্মোচনী অনুষ্ঠান।
উন্মোচক:ড° ননীগোপাল মহন্ত
সন্মানীয় উপাচাৰ্য
গুৱাহাটী বিশ্ববিদ্যালয়।
https://youtu.be/u_tdXdfwsaI?si=nwtMvQscWZXGU4NP

30/12/2024

ষষ্ঠবাৰ্ষিক ৰাসোৎসৱৰ শিল্পীসকলৰ পৰিচয়।

30/12/2024

নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ ষষ্ঠ বাৰ্ষিক ৰাসোৎসৱৰ উদ্বোধনী অনুষ্ঠানত পৰিবহণ বিভাগৰ সজাগতামুলক কাৰ্যসূচী।
https://youtu.be/AnzqOe66ZrQ?si=U8uygyZIuIbCX9Z_

Photos from নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ- CESR's post 29/12/2024

নৃগোষ্ঠীয় ৰাসোৎসৱ ২০২৪

Want your school to be the top-listed School/college?