মইদুল ইছলাম মোল্ল্যা

মইদুল ইছলাম মোল্ল্যা Pursuing LLB
University Law College,
Gauhati University.

11/12/2024

দাদাহঁতক দুধনৈত লগ পাইছিলোঁ।

09/15/2023
"স্বৰ্গীয় প্ৰসন্ন কুমাৰ ঘোষ স্মাৰক বক্তৃতা অনুষ্ঠান"আজি আমাৰ মহাবিদ্যালয়ত প্ৰসন্ন কুমাৰ ঘোষ ন্যাসৰ উদ্যোগত ও গোৱালপাৰা...
09/14/2023

"স্বৰ্গীয় প্ৰসন্ন কুমাৰ ঘোষ স্মাৰক বক্তৃতা অনুষ্ঠান"

আজি আমাৰ মহাবিদ্যালয়ত প্ৰসন্ন কুমাৰ ঘোষ ন্যাসৰ উদ্যোগত ও গোৱালপাৰা জিলা সাহিত্য সভা, অসম ক্লাৱ, ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত স্বৰ্গীয় প্ৰসন্ন কুমাৰ ঘোষ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰা হয়।
উক্ত বক্তৃতা অনুষ্ঠানত উদ্ধোধক ও গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম -ৰ সভানেত্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী ও অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ মাতৃ শ্ৰীযুতা মৃণালিনী দেৱী ডাঙৰীয়ানী, প্ৰমুখ্যে মূখ্য বক্তা হিচাপে উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কতি গৱেষণা বিভাগৰ অধ্যাপিকা ড° পল্লৱী বৰা বাইদেউ, ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত দুলাল চন্দ্ৰ ঘোষ ডাঙৰীয়া, মহাবিদ্যালয় পৰিচলনা সমিতিৰ সভপতি ড° সিদ্ধি নাথ শৰ্মা চাহাব, মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মণীষা ভট্টাচাৰ্য্য বাইদেউ সমন্বিতে আমবাৰী অঞ্চলৰ কিছু গণ্য মান্য ব্যক্তি, সাহিত্যিক, লিখক, বুদ্ধিজীৱি, মহাবিদ্যালয়ৰ অধ্যাপক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল।

Address

Baguan, Goalpara
Fairview, NJ

Telephone

+19864206950

Website

Alerts

Be the first to know and let us send you an email when মইদুল ইছলাম মোল্ল্যা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to মইদুল ইছলাম মোল্ল্যা:

Shortcuts

Share

Category