Compititive Exams

Compititive Exams বিভিন্ন পতিযোগিতা মূলক পৰীক্ষাত আহি থকা প্রশ্ন উত্তৰ উপৰত এই পেজত আলোচনা কৰা হয়।

29/10/2021

১। ৰাছিয়াৰ ৰাষ্ট্ৰীয় খেল কোনটো?

উত্তৰ : দবা

২। ভেৰা মেঞ্চিক কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

উত্তৰ : দবা

৩) পৰিমাৰ্জন নেগী কোনটো খেলৰ সৈতে সম্পৰ্কিত?

উত্তৰ : দবা খেলৰ পৰা

৪। পৰম বীৰ চক্ৰ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন?

উত্তৰ : মেজৰ সোমনাথ শৰ্মা

৫। বিশ্ব জল দিৱস কেতিয়া উদযাপন কৰা হয়?

উত্তৰ : ২২ মাৰ্চত

৬। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি

উত্তৰ: ভাট (বট)

৭। 'এছিয়াৰ পোহৰ' বুলি কাক কোৱা হয়?

উত্তৰ: গৌতম বুদ্ধক

৮। জাপানৰ মুদ্ৰা কি কোৱা হয়?

উত্তৰ : য়েন

৯। অৰ্জুন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰ : 1961 চনৰ পৰা

১০। 'পাঞ্জাৱৰ ঠাকুৰ' বুলি কাক কোৱা হয়?

উত্তৰ : পুৰাণ সিঙক

১১। কোনটো ৰেল অঞ্চল "আৰৱ সাগৰ"ৰ সমান্তৰালভাৱে অৱস্থিত?

উত্তৰ: কোঙ্কন ৰেলৱে

১২। বিশ্বৰ প্ৰথম নগদবিহীন দেশ ---

উত্তৰ- চুইডেন।

১৩। গিৰ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

উত্তৰ: গুজৰাট।

১৪। নাগাৰ্জুন সাগৰ অভয়াৰণ্য(sanctuary) ক’ত অৱস্থিত?

উত্তৰ: অন্ধ্ৰ প্ৰদেশ।

১৫।‌ নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?

উত্তৰ: প্ৰবাহমান জলজ(lotic)।

১৬। "গীতা ৰহস্য" গ্ৰন্থৰ ৰচক কোন?

উত্তৰঃ বাল গংগাধৰ তিলক

১৭। অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৮৩৫ চনত

১৮। অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত আছে?

উত্তৰ: শ্বিলং

১৯। অসম ৰাইফলছৰ মূলমন্ত্ৰ কি?

উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ চেণ্টিনেল

২০। অসম আৰক্ষী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৮৩৫ চনত

24/09/2021

প্ৰশ্ন:বর্তমানলৈকে একেৰাহে প্রকাশহৈ থকা আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকতখনৰ নাম কি ?

ক) জনমভূম

খ) খবৰ

গ) দৈনিক বাতৰি

ঘ) প্রতিদিন

24/09/2021

কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে "সংৰক্ষিত বন" ( Reserve Forest) হিচাপে নিৰ্ধাৰিত কৰা হৈছিল?

১) ১৯১০

২) ২০০১

৩) ১৯০৮

৪) ১৯৭৮

24/09/2021

কোন খন চহৰক "অসমৰ সাংস্কৃতিক ৰাজধানী" বুলিও কোৱা হয়?

১) যোৰহাট

২) শিৱসাগৰ

৩) গোলাঘাট

৪) তিনিচুকীয়া

24/09/2021

◦•●◉✿Para olympic gold medalist✿◉●•◦

1.Sumit antil men's javelin throw F64 Gold

2.Promod bhagat Man's singles SL3 Gold

3.Krishna nagar men's singles SH6 Gold

4.Manish Narual P4 mixed 50 m pistol shooting Gold .

5.Avani lekhara R3 Women's 10 m air rifle standing Gold.

24/09/2021

22 – [9 – {6 – (10 –4-3 )}]

A. 12
B.14
C.10
D. 8

Address

Guwahati
Uzan Bazaar

Website

Alerts

Be the first to know and let us send you an email when Compititive Exams posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share