17/02/2022
কলেজ খনৰ বাবে কিবা এটা কৰাৰ হেঁপাহ তাইৰ। সম্ভৱখিনি হোৱা খিনি কৰিব চেষ্টা কৰিছে। আৰু আগবাঢ়ি যোৱাৰ বাবে প্ৰয়োজন মাথো মহাবিদ্যালয়ৰ স্বীকৃতিৰ। এই স্বীকৃতি বিচাৰি তাই আগন্তুক ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। গতিকে তাইক আমি সকলোৱে নিজৰ নিজৰ বহুমূলীয়া ভোটটি প্ৰদান কৰি জয়যুক্ত কৰোঁ আৰু কলেজখনৰ প্ৰতি কিবা এটাৰ কৰা যি হেঁপাহ তাক পূৰণ কৰোঁ।
সকলো বিবিয়ানে নিজৰ বিবেক ভোটটি প্ৰদান কৰি বন্দিতা ডেকাক জয়যুক্ত কৰে যেন,যাতে তাই বলিষ্ঠ কণ্ঠেৰে মহাবিদ্যালয়খনক সন্মুখৰ পৰা শক্তিশালী ৰূপত নেতৃত্ব প্ৰদান কৰিব পাৰে।✊
বন্দিতাই যুঁজিবই, বন্দিতা জিকিবই। কাৰণ তাই যোগ্য।