AXOM Vikash Academy -"Bakul Tala"

AXOM Vikash  Academy -"Bakul Tala" Education is the key to success. "Axom Vikash Academy a renowned school situated in BAKUL TALA"

আপোনালোকৰ সহায়-সহযোগিতা কামনাৰে...
19/03/2025

আপোনালোকৰ সহায়-সহযোগিতা কামনাৰে...

18/02/2025

যোৱা ইংৰাজী 03/02/2025 তাৰিখৰ পৰা বকুলতলা আঞ্চলিক আমছু আৰু বকুলতলা খেল সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা UNDER 18 TOURNAMENT খনত অসম বিকাশ একাডেমীক প্রদর্শন কৰা দলটোৱে চুৰান্ত পৰ্যায়ত Runner's-Up খিতাপ দখল কৰাত আমি নথৌ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছো।।

আজি অসম বিকাশ একাডেমীৰ কৃতি ছাএ-ছাএী সকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়, সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে ...
21/04/2024

আজি অসম বিকাশ একাডেমীৰ কৃতি ছাএ-ছাএী সকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়, সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় শিক্ষা সম্পাদক (ABMSU) ৰ আবু ছাহেদ মিন্টু (অধিবক্তা ওদালগুৰি ন্যায়ালয়) , লগতে তেওঁ ব্যাক্ত কৰে যে সমগ্র অঞ্চলত অসম বিকাশ একাডেমীয়ে সৰ্বাধিক উওীৰ্ণ হাৰ লাভ কৰে।

মুঠ উওীৰ্ণৰ হাৰ--89.47

মুঠ পৰীক্ষাৰ্থী -- 19 জন
মুঠ উওীৰ্ণ---- 17 জন

সমগ্র অঞ্চলত আটাইতকৈ সৰ্বাধিক উওীৰ্ণ হাৰ প্রাপ্ত।
20/04/2024

সমগ্র অঞ্চলত আটাইতকৈ সৰ্বাধিক উওীৰ্ণ হাৰ প্রাপ্ত।

11/04/2024

আজি পবিত্র ঈদুল উল ফিতৰ উপলক্ষে সকোলো মুছলমানক আন্তৰিক শুভকামনা

আপোনালোকৰ সহায় সহযোগিতা কামনা ৰে...........
05/03/2024

আপোনালোকৰ সহায় সহযোগিতা কামনা ৰে...........

Admission is going on for the season 2024-25
05/03/2024

Admission is going on for the season 2024-25

Address

BAKUL TALA, KAJIAMATI
Udalguri
784509

Website

Alerts

Be the first to know and let us send you an email when AXOM Vikash Academy -"Bakul Tala" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to AXOM Vikash Academy -"Bakul Tala":

Shortcuts

Share

Category