Sankar dev Shishu Vidya Niketan, Udalguri

Sankar dev Shishu Vidya Niketan, Udalguri Official page of Sankar dev Shishu Vidya Niketan, Udalguri.

শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।ইং-০৬-০৭-২০২৬, সোমবাৰ।
06/07/2026

শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।
ইং-০৬-০৭-২০২৬, সোমবাৰ।

02/07/2026

আমাৰ নিকেতনৰ ছাত্ৰীসকলৰ দ্বাৰা জনজাতীয় নৃত্য পৰিৱেশন।
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।

ককা আইতা দিৱস পালন।ইং :- ২৯-০৬-২০২৬, সোমবাৰ।শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি
29/06/2026

ককা আইতা দিৱস পালন।
ইং :- ২৯-০৬-২০২৬, সোমবাৰ।
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি

23/06/2026
22/06/2026

আজি উন্মোচন অনুষ্ঠানৰ কিছু মূহুৰ্ত।

আজি ইং ২২-০৬-২০২৬ তাৰিখ সোমবাৰে শংকৰদেৱ শিশু-বিদ্যা নিকেতন ওদালগুৰিত নৱ নিৰ্মিত "উপাসনা কুঞ্জ" উন্মোচন কৰা হয়। অনুষ্ঠান...
22/06/2026

আজি ইং ২২-০৬-২০২৬ তাৰিখ সোমবাৰে শংকৰদেৱ শিশু-বিদ্যা নিকেতন ওদালগুৰিত নৱ নিৰ্মিত "উপাসনা কুঞ্জ" উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে
মাননীয় শ্ৰী যুত চৰণ বড়ো,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী
মাননীয় শ্ৰী যুত ৰিহন দৈমাৰী ,উপমুখ্য কাৰ্যবাহী সদস্য ,বি টি আৰ
মাননীয় শ্ৰী যুত অজয় হাজৰিকা
মাননীয় শ্ৰী যুত জয় বিকাশ, আয়ুক্ত ওদালগুৰি জিলা ।
বিভিন্ন কৰ্ম ব্যস্ততাৰ মাজতো বহুমূলীয়া সময় উলিয়াই নিকেতনত উপস্থিত থকা সকলো আমন্ত্ৰিত জেষ্ঠ ব্যক্তি আৰু অভিভাৱক বৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন।ইং ২১-০৬-২০২৬, ৰবিবাৰ।শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।
21/06/2026

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন।
ইং ২১-০৬-২০২৬, ৰবিবাৰ।
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।

20/06/2026

ৰাভা দিৱস উপলক্ষে ....

ৰাভা দিৱস পালনৰ কেইখনমান আলোকচিত্ৰ।ইং-২০-০৬-২০২৬, শনিবাৰ।শংকৰদেৱ শিশু -বিদ্যা নিকেতন, ওদালগুৰি।
20/06/2026

ৰাভা দিৱস পালনৰ কেইখনমান আলোকচিত্ৰ।
ইং-২০-০৬-২০২৬, শনিবাৰ।
শংকৰদেৱ শিশু -বিদ্যা নিকেতন, ওদালগুৰি।

আজি নিকেতনত অংকুৰ আৰু মুকুল শ্ৰেণীত পঢ়া ছাত্ৰ -ছাত্ৰীৰ মাতৃ সকলৰ "মাতৃ কৰ্মশালা" অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত মাতৃ সকল...
06/06/2026

আজি নিকেতনত অংকুৰ আৰু মুকুল শ্ৰেণীত পঢ়া ছাত্ৰ -ছাত্ৰীৰ মাতৃ সকলৰ "মাতৃ কৰ্মশালা" অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত মাতৃ সকলক বিভিন্ন ধৰণৰ শিক্ষাগত কৌশল আৰু কাৰ্যকলাপৰ আৰ্হি প্ৰদৰ্শন কৰোৱা হয়।
শংকৰদেৱ শিশু-বিদ্যা নিকেতন, ওদালগুৰি।
ইং ০৬-০৬-২০২৬, শনিবাৰ।

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Sankar dev Shishu Vidya Niketan, Udalguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category