Luit Jatiya Vidyalaya

Luit Jatiya Vidyalaya Education is not preparation for life. Education is life itself.

12/04/2025

মহাশয়/মহাশয়া,,,,,,,আন্তৰিক অভিবাদন🙏🙏 গ্ৰহণ কৰিব ।শ্ৰদ্ধাৰ খৈৰাকাটা-টাকিমাৰী ৰাইজ লৈ মোৰ আন্তৰিক  শুভেচ্ছা ও অভিনন্দন  জন...
01/03/2025

মহাশয়/মহাশয়া,,,,,,,

আন্তৰিক অভিবাদন🙏🙏 গ্ৰহণ কৰিব ।
শ্ৰদ্ধাৰ খৈৰাকাটা-টাকিমাৰী ৰাইজ লৈ মোৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।
বৃহত্তৰ খৈৰাকাটা-টাকিমাৰীৰ লগতে অন্য চুবুৰীয়াৰ বাবে এক আনন্দৰ সংবাদ। দীৰ্ঘ দিনীয়া ৰাইজৰ অভাৱ পূৰণৰ প্ৰয়াসৰে Luit Group of institutions ৰ তত্বাৱধানত *দৰং লুইত জাতীয় বিদ্যালয়* নামাকৰণেৰে এক উন্নত মানৰ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন হ'বলৈ গৈ আছে। দক্ষ ও অভিজ্ঞ শিক্ষক-শিক্ষয়ত্ৰীৰ দ্বাৰা এক সুন্দৰ শৈক্ষিক পৰিৱেশত যথোপযুক্ত পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

সদাশয় ৰাইজৰ সু-পৰামৰ্শৰ লগতে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। আগন্তুক ২০২৫-২৬ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ(Admission Form) বঙালী গাঁৱত অৱস্থিত Main campusত দি থকা হৈছে।
যোগাযোগ নং8822549091 6003430569,
6002640457,
9613656984, 6002848575,

Admission is going on for the academic year 2025-26
01/03/2025

Admission is going on for the academic year 2025-26

জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা অৰ্চনা 🙏🌺🙏 মা সৰস্বতীৰ আশীৰ্বাদত জ্ঞানৰ পোহৰ বিৰাজমান থাকক🙏
04/02/2025

জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা অৰ্চনা 🙏🌺🙏 মা সৰস্বতীৰ আশীৰ্বাদত জ্ঞানৰ পোহৰ বিৰাজমান থাকক🙏

উৰুকাৰ এই ক্ষণত আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। লগে ভাগে এসাজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম...
13/01/2025

উৰুকাৰ এই ক্ষণত আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। লগে ভাগে এসাজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহৰে পাৰ কৰিলো ভোগালী বিহুৰ উৰুকা ।"বন্ধুত্ব, আনন্দ, আৰু স্মৃতিৰ এটা দিন 🌿📸। বিদ্যালয়ৰ পিকনিকৰ এই মধুৰ মুহূর্তবোৰ সদায় মনত থাকিব। "

"Celebrating Fateha with love, peace, and harmony at our school     "
24/12/2024

"Celebrating Fateha with love, peace, and harmony at our school "

19/09/2024

We all definitely follow the message of ' save tree save life'

"Celebrating the spirit of freedom and the Power of unity . Happy Independence day !"
15/08/2024

"Celebrating the spirit of freedom and the Power of unity . Happy Independence day !"

শিক্ষা কেৱল পাঠ্যপুথিৰ ভিতৰতে সীমাবদ্ধ নাৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নানা ধৰণৰ হাতৰ কাম( co curricular activity)ৰ ওপৰত...
22/03/2024

শিক্ষা কেৱল পাঠ্যপুথিৰ ভিতৰতে সীমাবদ্ধ নাৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নানা ধৰণৰ হাতৰ কাম( co curricular activity)ৰ ওপৰত জ্ঞান দিয়াৰ সামান্য প্ৰয়াস....

Address

Udalguri , Bangaligaon, BTR.
Udalguri
784113

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:30pm

Alerts

Be the first to know and let us send you an email when Luit Jatiya Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Luit Jatiya Vidyalaya:

Shortcuts

Share

Category