13/11/2022
লাউদোং - শিৱপুৰ আঞ্চলিক জাতীয় বিদ্যালয়ত শিক্ষকতা কৰা সমূহ শিক্ষক/শিক্ষয়েত্ৰীক শিশু দিৱস উপলক্ষে অহা ইং-14/11/2022 তাৰিখত উপস্থিত থাকিবলৈ বিদ্যালয় তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হল ৷ ইতি,
আদেশক্রমে
অধ্যক্ষ