Titabar Town High School.

Titabar Town High School. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Titabar Town High School., School, Titabar.

14/03/2026
ইংৰাজী ১৩ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সজাগতা সম্পৰ্কে এখন স...
15/09/2025

ইংৰাজী ১৩ ছেপ্টেম্বৰ তাৰিখে তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সজাগতা সম্পৰ্কে এখন সভাৰ আয়োজন কৰে। "অভিভাৱক আৰু ৰাজহুৱা সভা" শীৰ্ষকেৰে তিতাবৰৰ দেওঘৰীয়া ৰঙ্গমঞ্চত আয়োজিত সভাখনত তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিদ্যালয়ৰ শিক্ষকবৃন্দকে প্ৰমুখ্য কৰি শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল উপস্থিত থাকে। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সবল ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি অনাগত দিনত অধিক পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যৰে আয়োজিত সভাখনত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৰসায়ন বিভাগৰ সহ: অধ্য...
12/07/2025

তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৰসায়ন বিভাগৰ সহ: অধ্যাপক ৰূপে কৰ্মৰত চায়নিকা শইকীয়া।
আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ।

তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কেমিকেল ইঞ্জিন...
12/07/2025

তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কেমিকেল ইঞ্জিনেৰিং বিভাগৰ সহ: অধ্যাপক ৰূপে কৰ্মৰত গৌতম শইকীয়া।
আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ।

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভৈৰৱ গগৈলৈ আন্তৰিক অভিনন্দন আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ।
17/05/2025

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভৈৰৱ গগৈলৈ আন্তৰিক অভিনন্দন আৰু শুভ কামনা জ্ঞাপন কৰিলোঁ।

অসমীয়া জাতিৰ প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ।
16/09/2023

অসমীয়া জাতিৰ প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ।

03/07/2023

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः।।

গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত প্ৰত্যেকগৰাকী গুৰুলৈ যাচিলোঁ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ।

10/08/2022

তিতাবৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ব্যক্তিগত Facebook account কোনো অজ্ঞাত ব্যক্তিয়ে hack কৰিছে।

Address

Titabar
785630

Website

Alerts

Be the first to know and let us send you an email when Titabar Town High School. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category