ADHYAYAN LEARNING HUB

ADHYAYAN LEARNING HUB It is an educational Institute initiated by Rakta Sanjeevani NGO

29/03/2022

Open for registration
From Class 5 to Class 10

** Subjects- Mathematics, Advanced Mathematics, Science & English

Our facilities:
* Experienced tutors.
* Weekly Test
* Full syllabus coverage with revision
* Both Assamese & English medium

Contact: 7002957387, 7002212784, 8822528518 or
WhatsApp : 7086261308

সকলোলৈকে আমাৰ অধ্যয়ন লাৰ্নিং হাবৰ সমূহ সদস্যৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।
13/01/2022

সকলোলৈকে আমাৰ অধ্যয়ন লাৰ্নিং হাবৰ সমূহ সদস্যৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।

"অধ্যয়ন লাৰ্নিং হাব"ৰ বিষয়ববীয়াসকল আজি তিতাবৰৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট জিলা বিজেপিৰ সভাপতি অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা...
11/01/2022

"অধ্যয়ন লাৰ্নিং হাব"ৰ বিষয়ববীয়াসকল আজি তিতাবৰৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট জিলা বিজেপিৰ সভাপতি অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা #শ্ৰীযুত_হেমন্ত_কলিতা দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতক নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।প্ৰাক্তন বিধায়কগৰাকীয়েও এই পদক্ষেপৰ শলাগ লয় আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।নিজৰ ব্যস্ততাৰ মাজতো সময় দি আমাক বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰাৰ বাবে আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰোঁ আৰু অনুষ্ঠানটোৰ মুখ্য উপদেষ্টা ৰূপে তেখেতক লাভ কৰি অধ্যয়নৰ সমূহ সদস্যই যথেষ্ট গৌৰৱবোধ কৰিছোঁ।

ৰক্ত সঞ্জীৱনী এন.জি.অ.ৰ অধীনত স্থাপন হোৱা শৈক্ষিক অনুষ্ঠান "ADHYAYAN LEARNING HUB"ৰ আজি ৭/০১/২০২২ তাৰিখে আনুষ্ঠানিকভাৱে ...
07/01/2022

ৰক্ত সঞ্জীৱনী এন.জি.অ.ৰ অধীনত স্থাপন হোৱা শৈক্ষিক অনুষ্ঠান "ADHYAYAN LEARNING HUB"ৰ আজি ৭/০১/২০২২ তাৰিখে আনুষ্ঠানিকভাৱে এক অনুষ্টুপিয়া অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰা হয়।

উদ্বোধনৰ এই শুভ ক্ষণতে অনুষ্ঠানটো স্থাপনৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনতো সকলোৰে সহযোগিতা তথা আশীৰ্বাদ কামনা কৰিলোঁ।

Our New Classroom Venue - Near Bebejia LP school
06/01/2022

Our New Classroom

Venue - Near Bebejia LP school

Address

Dhodar Ali Near Titabar Tini Ali
Titabar
785630

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Telephone

+917002957387

Website

Alerts

Be the first to know and let us send you an email when ADHYAYAN LEARNING HUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ADHYAYAN LEARNING HUB:

Shortcuts

Share

Category