কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ

  • Home
  • India
  • Tinsukia
  • কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ

কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ, School, Tinsukia.

প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ
11/01/2024

প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ

সমূহ প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।
11/01/2024

সমূহ প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।

11/01/2024
 #কাকপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়
27/12/2023

#কাকপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়

20/12/2023
অহা ২৩ জানুৱাৰী মঙ্গল বাৰ ২০২৪ তাৰিখে এদিনীয়া অনুষ্ঠান কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রক্তন ছাত্র-ছাত্রী সমাৰোহৰ উদ্...
20/12/2023

অহা ২৩ জানুৱাৰী মঙ্গল বাৰ ২০২৪ তাৰিখে এদিনীয়া অনুষ্ঠান কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রক্তন ছাত্র-ছাত্রী সমাৰোহৰ উদ্যাপনৰ সিদ্ধান্ত লোৱা হয়।
গতিকে, সকলো সন্মানীয় ব্যক্তিৰ সেই সুন্দৰ দিনটোত, উপস্থিতিৰ, সহায়-সহযোগিতা, সুদিহা পৰামর্শ একান্তই কামনা কৰিলো।

 #কাকপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ_২০২২_বর্ষৰ_ফলাফল ।
27/06/2022

#কাকপথাৰ_উচ্চতৰ_মাধ্যমিক_বিদ্যালয়ৰ_২০২২_বর্ষৰ_ফলাফল ।

01/01/2022

ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো
লগতে পৰিয়ালৰ সকলোলৈকেও শুভেচ্ছা যাঁচিছো
নৱবৰ্ষৰ প্ৰতিটো ক্ষণ মধুময় হোৱাৰ কামনাৰে।

আৰম্ভণি কাৰ্যসূচীৰ কিছু দৃশ্য ।
21/03/2021

আৰম্ভণি কাৰ্যসূচীৰ কিছু দৃশ্য ।

21/03/2021

প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আজি সকলোকে শুভাৰম্ভনী অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী কৰযোৰে অনুৰোধ জনালো ৷



উদ্‌যাপন সমিতি

Address

Tinsukia
786152

Website

Alerts

Be the first to know and let us send you an email when কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মিলন সমাৰোহ:

Shortcuts

Share

Category