Zenith Pathshala

Call Directions Contact the school

Zenith Pathshala Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Zenith Pathshala, Education, NARESWAR CHETIA PATH, P. O/MAKUM, DIST/TINAUKIA, Tinsukia.

19/09/2026
আজি আমাৰ দেশৰ যাশস্বী প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীদেৱৰ শুভ জন্মদিন। এই বিশেষ দিনটো উপলক্ষে আমাৰ এন.চি.এম. চিনিয়ৰ চেক...
17/09/2026

আজি আমাৰ দেশৰ যাশস্বী প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীদেৱৰ শুভ জন্মদিন। এই বিশেষ দিনটো উপলক্ষে আমাৰ এন.চি.এম. চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ (NCM Senior Secondary School) ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ দীপ প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।

17/09/2026

আজি আমাৰ দেশৰ যাশস্বী প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীদেৱৰ শুভ জন্মদিন। এই বিশেষ দিনটো উপলক্ষে আমাৰ এন.চি.এম. চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ (NCM Senior Secondary School) ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ দীপ প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।
​এই জ্বলাই তোলা বন্তিসমূহ কেৱল পোহৰৰ প্ৰতীক নহয়, ই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুস্বাস্থ্য, দীর্ঘায়ু আৰু উজ্জ্বল ভবিষ্যৎ কামনাৰ এক বিনম্ৰ প্ৰয়াস। তেওঁৰ দেশপ্ৰেম আৰু সবল নেতৃত্বই সমগ্ৰ দেশৰ লগতে আমাৰ যুৱ প্ৰজন্মকো সদায় অনুপ্ৰাণিত কৰি আহিছে।
​আমি এন.চি.এম. চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলৈ জন্মদিনৰ অন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু তথা নিৰোগী জীৱন প্ৰাৰ্থনা কৰিছোঁ।

13/09/2026

শ্ৰীমন্ত শঙ্কৰদেৱ তিৰোভাৱ তিথি উদযাপন।

শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন।
02/09/2026

শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন।

02/09/2026

NCM SENIOR SECONDARY SCHOOL
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপনৰ উপলক্ষে
দিহা নাম পৰিবেশন কৰে।

Address

NARESWAR CHETIA PATH, P. O/MAKUM, DIST/TINAUKIA
Tinsukia
786170

Telephone

+918638426385

Website

Alerts

Be the first to know and let us send you an email when Zenith Pathshala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Zenith Pathshala:

Shortcuts

Share

Category