Doomdooma Regional Students Union-AASU

Doomdooma Regional Students Union-AASU Social work

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।All Assam Students' Union - AASU সদৌ তিনিচুকীয়া জিলা ছাত্...
17/02/2026

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী সকলক আন্...
09/02/2026

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী সকলক আন্তৰিক শুভেচ্ছা জনালোঁ।
Utpal Sarma
Samiran Phukon
Samar Gohain
Jitendra Chutia
Protim Neog
Konseng Gogoi
Biraj Gohain
Samujjal Borah Sonowal
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

07/02/2026
ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ দাবীৰ ফল..All Assam Students' Union - AASU সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা Doomdooma Regio...
25/01/2026

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ দাবীৰ ফল..
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছাৰে.......All Assam Students' Union - AASU সদৌ তিনিচুকীয়া ...
13/01/2026

সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছাৰে.......
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

04/01/2026

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

04/01/2026

ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰা শ্ৰীযুত অভিজিৎ বৰুৱাদেৱক ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষ়ববীয়াসকলৰ সৈতে সাক্ষাৎ।

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভাশাAll Assam Students' Union - AASU সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা Doomdooma Regional...
31/12/2025

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভাশা
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

সদৌ অসম ছাত্ৰ সন্থাৰ এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰে তিনিচুকীয়াৰ কাকপথাৰ নিবাসী শ্ৰী ৰত্নেশ্বৰ মৰাণদেৱে।Utpal...
23/12/2025

সদৌ অসম ছাত্ৰ সন্থাৰ এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা লাভ কৰে তিনিচুকীয়াৰ কাকপথাৰ নিবাসী শ্ৰী ৰত্নেশ্বৰ মৰাণদেৱে।
Utpal Sarma
Samiran Phukon
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Doomdooma Regional Students Union-AASU

Address

Tinsukia
786125

Telephone

+916901444344

Website

Alerts

Be the first to know and let us send you an email when Doomdooma Regional Students Union-AASU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share