শংকৰদেৱ শিশু বিদ্যা নিকেতন,তিনিচুকীয়া

  • Home
  • India
  • Tinsukia
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন,তিনিচুকীয়া

শংকৰদেৱ শিশু বিদ্যা নিকেতন,তিনিচুকীয়া অংকুৰৰ পৰা দশম শ্ৰেণীলৈ

ব'হাগী আদৰণি
12/04/2025

ব'হাগী আদৰণি

12/04/2025
08/04/2025

শিক্ষকতাৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
খালী পদঃ দুটা
বিষয়ঃ অৰ্থনীতি বিজ্ঞান/ ইতিহাস/ইংৰাজী/ ৰাজনীতি বিজ্ঞান।
স্নাতকোত্তৰ আৰু
D.EL.Ed/ B.Ed. থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।
আবেদনৰ অন্তিম দিনঃ ৩০/০৪/২০২৫

22/03/2025

কৰ্মশালা # Lippon Art @
প্ৰশিক্ষক
Shruti Moran and Bhanushree Borpatra Gohain

ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ সমান্তৰালভাৱে আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি তোলাটো আজিৰ সময়ৰ আহ্বান তথা আমাৰ ...
04/02/2025

ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ সমান্তৰালভাৱে আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি তোলাটো আজিৰ সময়ৰ আহ্বান তথা আমাৰ নিকেতনৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইং ৩-০২-২০২৫ তাৰিখ সোমবাৰে নিকেতনৰ প্ৰাংগণত বিদ্যা অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীক বন্দনা কৰা উদ্দেশ্যে "সৰস্বতী পূজা" ভাগ আয়োজন কৰা হ'ল।

03/02/2025

সৰস্বতী পূজাৰ উপলক্ষ্যে....

03/02/2025

সৰস্বতী পূজাৰ উপলক্ষ্যে.....

ভোগালী উৰুকাৰ উপলক্ষ্যে "ভোগালী বজাৰ"
14/01/2025

ভোগালী উৰুকাৰ উপলক্ষ্যে "ভোগালী বজাৰ"

30/12/2024

ছাত্ৰ ছাত্ৰীসকলক‌ নিজে চিলা সাজি‌ উৰোৱাৰ আনন্দ দিয়াৰ এক কৰ্মশালা...

30/12/2024

ছাত্ৰ ছাত্ৰীসকলক নিজে চিলা সাজি‌ উৰোৱাৰ এক কৰ্মশালা...

20/10/2024

শিক্ষক দিৱস 2024

Address

Gellapukhuri
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু বিদ্যা নিকেতন,তিনিচুকীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category