Bipin Bora High School, Tinsukia

Bipin Bora High School, Tinsukia Bipin Bora High School was established on 1968. it is situated at Parbotia near SSA Office, Tinsukia.

আজি ইংৰাজী ১১/০৫/২০২৬ তাৰিখ সোমবাৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ইন্দিৰা ৰঘূবংশী বাই...
11/05/2026

আজি ইংৰাজী ১১/০৫/২০২৬ তাৰিখ সোমবাৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ইন্দিৰা ৰঘূবংশী বাইদেৱে ছাত্ৰ ছাত্ৰীক সম্প্ৰীতি ভোজন কৰোৱাৰ কেইখনমান স্থিৰ চিত্ৰ।

আজি ইংৰাজী ০৯/০৫/২০২৬ তাৰিখ শনিবাৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনৰ ১২ বজাত অভিভাৱকসকলৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ...
09/05/2026

আজি ইংৰাজী ০৯/০৫/২০২৬ তাৰিখ শনিবাৰে বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনৰ ১২ বজাত অভিভাৱকসকলৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি শ্ৰীযুত পলাশমণি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীকে আদি কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

আজি ইংৰাজী ০৬/০৫/২০২৬ তাৰিখে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূ...
06/05/2026

আজি ইংৰাজী ০৬/০৫/২০২৬ তাৰিখে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ এখনি সভাৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াই সভাপতিত্ব কৰা সভাখনত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্ৰীৰ লগতে বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।
উল্লেখযোগ্য যে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰী দিকুমণি কলিতাই জিলাখনৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল।

Save Water , Secure Future
22/04/2026

Save Water , Secure Future

Siksha Tab Distribution for Class IX students of our School By Honorable MP of Rajya Sobha Sri Rameshwar Teli Sir today ...
06/09/2025

Siksha Tab Distribution for Class IX students of our School By Honorable MP of Rajya Sobha Sri Rameshwar Teli Sir today on 06/09/2025

Teacher's Day Celebration, 2022
05/09/2022

Teacher's Day Celebration, 2022

Teacher's Day celebration, 2022
05/09/2022

Teacher's Day celebration, 2022

16/08/2022

২০০৪ চনত ১৫ আগষ্টৰ দিনা ধেমাজি জিলাত হোৱা আক্ৰমণত প্ৰাণ আহুতি দিয়া নীৰিহ নাগৰিকৰ আত্মাৰ সৎগতিৰ বাবে শপত বাক্য পাঠ ও ১মিনিট মৌনতা অৱলম্বন।

৭৬ সংখ্যক স্বাধীনতা দিৱস উৎযাপন।
15/08/2022

৭৬ সংখ্যক স্বাধীনতা দিৱস উৎযাপন।

২০২২ বৰ্ষৰ গুণোৎসৱৰ সফল পৰিসমাপ্তি।
26/05/2022

২০২২ বৰ্ষৰ গুণোৎসৱৰ সফল পৰিসমাপ্তি।

The Lecturers of DIET, Tinsukia visited today to Bipin Bora High School to collect verious data.
18/05/2022

The Lecturers of DIET, Tinsukia visited today to Bipin Bora High School to collect verious data.

Address

Tinsukia
786125

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Telephone

+917082323493

Website

Alerts

Be the first to know and let us send you an email when Bipin Bora High School, Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bipin Bora High School, Tinsukia:

Shortcuts

Share

Category