ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, বৰহাপজান

  • Home
  • India
  • Tinsukia
  • ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, বৰহাপজান

ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, বৰহাপজান শিক্ষাই জ্ঞানৰ জ্যোতি

আমাৰ বাবে আজি দিনটো গৌৱবৰ দিন।আমাৰ বিদ্যালয়খনে ২০২৫-২৬ বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয় ৰূপে সন্মান পাবলৈ সক্ষম হৈছে।
09/03/2026

আমাৰ বাবে আজি দিনটো গৌৱবৰ দিন।
আমাৰ বিদ্যালয়খনে ২০২৫-২৬ বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয় ৰূপে সন্মান পাবলৈ সক্ষম হৈছে।

বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ধেমাজিৰ মালিনী থান আৰু বিদ্যা দা লিভিং বিদ্যালয়ত শিক্ষামূলক ভ্ৰমণৰ কিছূ স্মৃতি আম...
10/11/2025

বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ধেমাজিৰ মালিনী থান আৰু বিদ্যা দা লিভিং বিদ্যালয়ত শিক্ষামূলক ভ্ৰমণৰ কিছূ স্মৃতি আমাৰ এই পেজ ত সাঁচি ৰাখিলোঁ।

Big shout out to my newest top fans! 💎 Shyam Malha Shyam Malha, Karishma Gorh, Ruprekha Duarah Saikia, Tulen Chutia, Son...
20/09/2025

Big shout out to my newest top fans! 💎 Shyam Malha Shyam Malha, Karishma Gorh, Ruprekha Duarah Saikia, Tulen Chutia, Sona Rupa, Lakhimi Mudi, Alimoni Gohain Das, Jintu Das, Rahul

Drop a comment to welcome them to our community,

20/09/2025
আমাৰ সকলোৰে বুকুৰ কলিজা হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তুমি যতেই থাকা...
20/09/2025

আমাৰ সকলোৰে বুকুৰ কলিজা হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তুমি যতেই থাকা শান্তি আৰু কুশলে থাকা । ''ওম শান্তি''

17/04/2025
Big shout out to my newest top fans! 💎 Karishma Gorh, Shyam Malha Shyam Malha, Tulen Chutia, Sona Rupa, Lakhimi Mudi, Ji...
14/04/2025

Big shout out to my newest top fans! 💎 Karishma Gorh, Shyam Malha Shyam Malha, Tulen Chutia, Sona Rupa, Lakhimi Mudi, Jintu Das, Rahul

Drop a comment to welcome them to our community,

10/04/2025

বিগত বছৰৰ দৰে এইবছৰো আমাৰ বিদ্যালয়ে হেপাহঁৰ ৰঙালী বিহুটি ইং 12.04.25 তাৰিখে আদৰণী জনাবলৈ সাজু হৈছে । গতিকে সকলো অভিভাৱক-অভিভাৱিকা , প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক ইয়াৰ দ্বাৰা নিমন্ত্ৰণ জনোৱা হল।

আজি আমাৰ বিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।     শ্ৰেণী অনুযা...
11/03/2025

আজি আমাৰ বিদ্যালয়ৰ ২০২৪-২৫ বৰ্ষৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।
শ্ৰেণী অনুযায়ী স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ সঞ্চালকক মহোদয়ৰ উপস্থিতত প্ৰধান শিক্ষক প্ৰভাত সোণোৱাল ছাৰ ,জেষ্ঠ শিক্ষয়িত্ৰী দৃপ্তী মেধী ,অনামিকা দিহিংগীয়া আৰু নৃত্য বিভাগৰ শিক্ষয়িত্ৰী ছয়নিকা বাগলাৰী বাইদেউ য়ে তেওলোকক মাৰ্কশ্বীট সমূহ প্ৰদান কৰে

অসম জাতীয় বিদ্যালয়ৰ দ্বাৰা অনুস্থিত হোৱা ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰূপম শৰ্মা , তৃতীয়...
08/02/2025

অসম জাতীয় বিদ্যালয়ৰ দ্বাৰা অনুস্থিত হোৱা ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰূপম শৰ্মা , তৃতীয় শ্ৰেণীৰ খ্যাতিপৰ্ণা বড়া আৰু জ্বয়দ্বীপ গোৱালাক অভিনন্দন জনোৱা হয়।
তেওলোকৰ উজ্জ্বল ভৱিষৎ কামনা কৰিলোঁ ।

আজি ০৮/০২/২০২৫ তাৰিখে আমাৰ বিদ্যালয়ত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । এই প্ৰত...
08/02/2025

আজি ০৮/০২/২০২৫ তাৰিখে আমাৰ বিদ্যালয়ত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।
এই প্ৰতিষ্ঠা দিৱসত আমাৰ গৌৰৱ চতুৰ্থ শ্ৰেণীৰ ৰূপম শৰ্মা, তৃতীয় শ্ৰেণীৰ খ্যাতিপৰ্ণা বড়া আৰু জয় দ্বীপ গোৱালাই সদৌ অসম জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি বিশেষ দিনটোতেই এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

Address

Borhapjan
Tinsukia
786150

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 3pm
Saturday 8am - 1pm

Telephone

+916003363373

Website

Alerts

Be the first to know and let us send you an email when ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, বৰহাপজান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, বৰহাপজান:

Share

Category