Dirak HS School

Directions

Dirak HS School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dirak HS School, School, Dirak Maithong, Tinsukia.

23-09-2026
23/09/2026

23-09-2026



19/09/2026

19/09 অসমীয়াৰ হিয়াৰ আমঠু লুইত কণ্ঠ জুবিন দাৰ দিৱস। বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ আয়োজিত কাৰ্যসূচীৰ কিছু অংশ.......... Nitul Sonowal Debasish Gogoi Gunajit Mahanta

অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী তথা অসমীয়া জাতিৰ আৱেগ জুবিন গাৰ্গ দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিদ্যালয়ত গভীৰ শ্ৰদ্ধ...
19/09/2026

অসমৰ হিয়াৰ আমঠু, জনপ্ৰিয় শিল্পী তথা অসমীয়া জাতিৰ আৱেগ জুবিন গাৰ্গ দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিদ্যালয়ত গভীৰ শ্ৰদ্ধাৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
তেখেতৰ স্মৃতি চিৰসেউজ কৰি ৰখাৰ এক প্ৰতীকী প্ৰয়াস হিচাপে বিদ্যালয় চৌহদত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। নাহৰৰ দৰে তেখেতৰ সৃষ্টিশীলতা, সংগীত আৰু অসমীয়া জাতিৰ প্ৰতি থকা অৱদানো আমাৰ মাজত সদায় সজীৱ হৈ থাকক,এয়াই আজিৰ দিনটোৰ প্ৰাৰ্থনা।
জুবিন গাৰ্গ দেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏




শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে অভিভাৱক সভা...
08/09/2026

শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বাবে অভিভাৱক সভা...





03/09/2026

শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ নিদৰ্শনস্বৰূপে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাধাৰণ কক্ষলৈ গৈ তামোল-পাণৰ শৰাই আগবঢ়াই অহা ৫ ছেপ্টেম্বৰৰ পৱিত্ৰ শিক্ষক দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। শ্ৰদ্ধা আৰু মৰমেৰে ভৰা এই সুন্দৰ ক্ষণটো চিৰদিনৰ বাবে এক মধুৰ স্মৃতি হৈ থাকক।




28/08/2026

বিদ্যালয়ৰ নৱাগত আদৰণি সভাত বিদ্যালয়ৰ শিক্ষাগুৰু জিন্তু মৰাণৰ কন্যা হেপ্পী মৰাণে পৰিবেশন কৰা এটি সুমধুৰ গীতৰ কিছু অংশ......




15 August,2026
15/08/2026

15 August,2026

Address

Dirak Maithong
Tinsukia
786152

Website

Alerts

Be the first to know and let us send you an email when Dirak HS School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category