Makum College

Makum College �������������

Admission Notification for the Session 2026-2027 under NEP2020 structure of Dibrugarh University.
02/05/2026

Admission Notification for the Session 2026-2027 under NEP2020 structure of Dibrugarh University.

NSS প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাকুম মহাবিদ্যালয়ত যোৱা ২৪ চেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়ৰ NSS গোটে মহাবিদ্যালয় প্ৰাংগ...
26/09/2025

NSS প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাকুম মহাবিদ্যালয়ত যোৱা ২৪ চেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়ৰ NSS গোটে মহাবিদ্যালয় প্ৰাংগনত NSSৰ পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰে৷ প্ৰয়াত সংগীত শিল্পী জুবিন গাৰ্গ অকাল মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দিনটোৰ বাকী কাৰ্যসূচীসমূহ স্থগিত ৰখা হয়৷
আজি ২৬ চেপ্তেম্বৰৰ দিনা NSS ৰ প্ৰতিষ্ঠা দিৱসৰ বাকী কাৰ্যসূচী সম্পন্ন কৰা হয়৷
এই অনুষ্ঠানত মহাবিদ্যালয়ৰ NSS গোটৰ বিগত সময়ৰ বিভিন্ন কৰ্মসমূহৰ এক খতিয়ান দাঙি ধৰা হয়৷ লগতে প্ৰাক্তন NSS সদস্যসকলক তেখেতসকলৰ অৱদানৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়৷
এই অনুষ্ঠানতে NSS গোটৰ প্ৰথম হাতে লিখা পত্ৰিকা "প্ৰবাহ" উন্মোচন কৰা হয়৷ এই পত্ৰিকাখনি NSS গোটে প্ৰয়াত অসমৰ জনপ্ৰিয় সংগীত নক্ষত্ৰ জুবিন গাৰ্গৰ নামত উছৰ্গা কৰে৷
পত্ৰিকাখনত চাৰিটা ভাষা (অসমীয়া, ইংৰাজী, হিন্দী আৰু নেপালী)ত প্ৰৱন্ধসমূহ লিখা হৈছে৷

07/08/2025
৬/৮/২০২৫ তাৰিখে মাকুম মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ৰ  আবেদন-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম...
07/08/2025

৬/৮/২০২৫ তাৰিখে মাকুম মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি'ৰ আবেদন-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চাবুৱা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱাই। অসম চৰকাৰৰ এই আঁচনিত অন্তৰ্ভুক্ত হোৱা ছাত্ৰীসকলে মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰে।

BA & BCom 1st Semester, Session 2025-26 admission update
15/05/2025

BA & BCom 1st Semester, Session 2025-26 admission update

Hurry.  Admission open for BA and BCOM 1st sem. Session 2025-26.
30/04/2025

Hurry. Admission open for BA and BCOM 1st sem. Session 2025-26.

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা সমৰ্থিত পৰ...
01/03/2025

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা সমৰ্থিত পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত কৰ্মশালাৰ অংশ হিচাপে মাকুম মহাবিদ্যালয়ৰ সেউজী চ“ৰা ই“ক ক্লাৱে যোৱা ইংৰাজী ২৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে মাকুম অঞ্চলৰ ১০ খনকৈ বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত (১০৪জন) কেঁচু সাৰ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণ আৰু পুণঃব্যৱহাৰৰ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰে।
উক্ত কৰ্মশালাৰ আৰম্ভনি কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দ্বাৰা।
উক্ত কৰ্মশালাৰ কাৰ্যসূচীত সমল ব্যক্তি ৰূপে উপস্থিত থাকে শ্ৰীযুত অৰূপ ৰয় আৰু শ্ৰীযুত দিগন্ত ভাজনী । উক্ত কৰ্মশালাত অতিথি ৰূপে উপস্থিত থাকে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সৌমাক বিজ্ঞান কেন্দ্ৰ মাকুমৰ সভাপিত শ্ৰীযুত মদন দত্ত আৰু পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ তিনিচুকীয়া জিলাৰ জিলা সমন্বয়ক শ্ৰীযুত ৰাজদেৱ কৌশিক।

A departmental seminar was held on 4th Nov, 2024 at Makum College by Department of Computer Science. In the seminar thre...
04/11/2024

A departmental seminar was held on 4th Nov, 2024 at Makum College by Department of Computer Science. In the seminar three teams has presented their toipcs. The details of the topics are as follows :
Topic 1 — Digital Literacy. Presented by Yasmin Khatun, Madhu Kumari and Deepmala Pinguwa of BA 3rd sem.
Topic 2 — Artificial Intelligence. Presented by Joyjeet Acharjee, Ankit Mitra, Prachi Dey and Shewta Kumari of BA 5th semester.
Topic 3 — Cyber Security. Presented by Shamim Hussain Shikari, Nikita Chetry and Nishi Lakra.
Respected Teachers from the different departments were present as a guest of honor.

A departmental seminar was organised by Political Science Department on 28th  oct 2024. Students of B.A. 1st and 3rd sem...
28/10/2024

A departmental seminar was organised by Political Science Department on 28th oct 2024. Students of B.A. 1st and 3rd semester attended the seminar under the guidance of Mrs. Sangeeta Ghosh, Mrs. Dulumoni Devi and Mrs. Pretty Kampa Gohain. With the unanimous effort of all the students and teachers, the seminar turned out to be very insightful and with everyone’s coordination, the event ended on a successful note.

মাকুম কেন্দ্ৰীয় কৰম সন্মিলনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰে মাকুম মহাবিদ্যালয় আৰু ম...
23/10/2024

মাকুম কেন্দ্ৰীয় কৰম সন্মিলনৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰে মাকুম মহাবিদ্যালয় আৰু মাকুম কনিষ্ঠ মহাবিদ্যালয়ৰ(মাকুম চিনিয়ৰ চেকেণ্ডেৰী স্কুল) সাংস্কৃতিক দ'লটিয়ে। দ'লটিক নেতৃত্ব দিয়ে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপিকা শ্ৰীমতী গায়ত্ৰী দাস আৰু সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী জুপিতৰা ফুকনে।

A Departmental Seminar was held on 5 th of October,2024 at Makum College by Department of English. The coordinator of IQ...
05/10/2024

A Departmental Seminar was held on 5 th of October,2024 at Makum College by Department of English. The coordinator of IQAC , Makum College was invited as Guest of Honour for the event. His kind and valuable words motivated the students and encouraged them to find out the loopholes and modify the same for their future endeavour .The programme was headed by Gayatri Das, Assistant Professor and Apsara Baruah, Assistant Professor of Makum College and was successfully accomplished.

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when Makum College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Makum College:

Shortcuts

Share

Category