Kamba Gaon LP School 18140313401

Kamba Gaon LP School 18140313401 Dist : Tinsukia , Education Block :Margherita Pin : 786182

06/05/2026
আমিও সাজু বসন্তৰ কুঁহিপাতক আদৰিবলৈ 🙏
14/03/2026

আমিও সাজু বসন্তৰ কুঁহিপাতক আদৰিবলৈ 🙏

 #শিশু সুৰক্ষা দিৱসৰ শুভেচ্ছা থাকিল। আজিৰ শিশু, কাইলৈৰ ভৱিষ্যৎ।তেওঁলোকৰ হাঁহিয়ে পোহৰাই ৰাখক আমাৰ সমাজ আৰু দেশ।প্ৰত্যেকটো...
04/03/2026

#শিশু সুৰক্ষা দিৱসৰ শুভেচ্ছা থাকিল।
আজিৰ শিশু, কাইলৈৰ ভৱিষ্যৎ।
তেওঁলোকৰ হাঁহিয়ে পোহৰাই ৰাখক আমাৰ সমাজ আৰু দেশ।

প্ৰত্যেকটো শিশুৱে নিৰাপদ পৰিৱেশ, মৰম-চেনেহ, শিক্ষা আৰু সুস্বাস্থ্যৰ অধিকাৰ
হওঁক তাৰেই প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।

মাৰ্ঘেৰিটা সম জিলাৰ সহ আয়ুক্ত শ্ৰীমতী প্ৰণামিকা কোঁৱৰ বাইদেউৰ সৈতে বিদ্যালয়ত।
03/02/2026

মাৰ্ঘেৰিটা সম জিলাৰ সহ আয়ুক্ত শ্ৰীমতী প্ৰণামিকা কোঁৱৰ বাইদেউৰ সৈতে বিদ্যালয়ত।

ৰাইজৰ  সহযোগত  ৰাইজৰ সমাদৰ ...🙏💕🙏
24/01/2026

ৰাইজৰ সহযোগত ৰাইজৰ সমাদৰ ...🙏💕🙏

সৰস্বতী পূজা 🙏🙏
24/01/2026

সৰস্বতী পূজা 🙏🙏

পাখি লগা মন💕💕
24/01/2026

পাখি লগা মন💕💕

Address

পোঃঅ লেখাপানী P. O. Lekhapani(LEDO)
Tinsukia
786182/DISECODE:18140313401

Website

Alerts

Be the first to know and let us send you an email when Kamba Gaon LP School 18140313401 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kamba Gaon LP School 18140313401:

Shortcuts

Share

Category