চিকৰাজান জাতীয় বিদ্যালয়

  • Home
  • India
  • Tinsukia
  • চিকৰাজান জাতীয় বিদ্যালয়

চিকৰাজান জাতীয় বিদ্যালয় কৰ্ম মোৰ সংস্কৃতি

ডেৰাদুনলৈ বুলি
14/04/2024

ডেৰাদুনলৈ বুলি

 #শিক্ষক_দিৱস_উৎযাপন চিকৰাজান জাতীয় বিদ্যালয় আৰু ছাত্ৰ একতা সভাৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা উলহ মালহেৰে শিক্ষক দিৱস উৎযা...
05/09/2023

#শিক্ষক_দিৱস_উৎযাপন

চিকৰাজান জাতীয় বিদ্যালয় আৰু ছাত্ৰ একতা সভাৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা উলহ মালহেৰে শিক্ষক দিৱস উৎযাপন।

ড৽ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰ জন্ম জয়ন্তী উপলক্ষে বন্তি প্ৰজ্বলন আৰু সোৱৰণ।

আৰু বিশেষ আকৰ্ষণীয় কাৰ্যসূচী গ্ৰহণ।

আজিৰ অনুষ্ঠানৰ কিছু দৃশ্য
20/06/2023

আজিৰ অনুষ্ঠানৰ কিছু দৃশ্য

28/05/2023
 # #সদ্যঘোষিত‌ ২০২৩  বৰ্ষৰ চিকৰাজান‌ জাতীয় বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা‌ ছাত...
27/05/2023

# #সদ্যঘোষিত‌ ২০২৩ বৰ্ষৰ চিকৰাজান‌ জাতীয় বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা‌ ছাত্ৰ ছাত্ৰী সকলক‌ একাঁজলী‌ আৰ্শীবাদ,মৰম, শুভেচ্ছা তথা‌ আজি‌ অভিনন্দন জনোৱা‌ হয় বিদ্যালয়ৰ তৰফৰ পৰা ।। উক্ত সভালৈ‌ অহাঁ‌ সমূহ অতিথি বৃন্দ , অভিভাৱক, অধ্যক্ষ, উপাধ্যক্ষ,শিক্ষাগুৰু‌ , উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকল, অধ্যয়ন ত‌ ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ পৰিচালনা সমিতি সকলোকে‌ ধন্যবাদ জনালোঁ । স্থিৰচিত্ৰ (ফটো) ।

জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ,২০২৩    স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ           ম'হবন্ধা , যোৰহাট, অসম ।
06/05/2023

জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ,২০২৩

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ

ম'হবন্ধা , যোৰহাট, অসম ।

সকলোঁ ছাত্ৰ ছাত্ৰীক হাইস্কুলত শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা যাচিলো
03/03/2023

সকলোঁ ছাত্ৰ ছাত্ৰীক হাইস্কুলত শিক্ষান্ত পৰীক্ষাৰ শুভেচ্ছা যাচিলো

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগিয়া 45 গৰাকী ছাত্ৰ - ছাত্ৰীৰ আজি বিদায় সভা অনুষ্ঠিত কৰা হয়.....
27/02/2023

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগিয়া 45 গৰাকী ছাত্ৰ - ছাত্ৰীৰ আজি বিদায় সভা অনুষ্ঠিত কৰা হয়.....

🙏২০০৩ চনত‌ স্হাপিত হোৱা চিকৰাজান‌ জাতীয় বিদ্যালয়ৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি‌  ২১ গচি‌ বন্তি প্ৰজ্বলন ।
07/02/2023

🙏২০০৩ চনত‌ স্হাপিত হোৱা চিকৰাজান‌ জাতীয় বিদ্যালয়ৰ আজি ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি‌ ২১ গচি‌ বন্তি প্ৰজ্বলন ।

সৰস্বতী পূজা জানুৱাৰী ২৬, ২০২৩
26/01/2023

সৰস্বতী পূজা
জানুৱাৰী ২৬, ২০২৩

গণতন্ত্ৰ দিৱসৰ উপলক্ষে.........
26/01/2023

গণতন্ত্ৰ দিৱসৰ উপলক্ষে.........

16/01/2023

Address

Chikorajan Jatiyo Vidyalaya
Tinsukia
786160

Telephone

+919954581221

Website

Alerts

Be the first to know and let us send you an email when চিকৰাজান জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to চিকৰাজান জাতীয় বিদ্যালয়:

Shortcuts

Share

Category