Saumarjyoti Vidyalaya

Saumarjyoti Vidyalaya An Assamese medium school imparting quality education
মাতৃভাষাৰ মাধ্য?

09/02/2026
২০২৬ নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ জাননী -
02/02/2026

২০২৬ নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ জাননী -

Prospectus 2026-27
27/11/2025

Prospectus 2026-27

26/11/2025

*NOTICE*
For the 2026-27 Academic Session, Admission forms for Nursery Class will be issued from 27-11-2025 to 10-12-2025, Interested parents can collect forms from the school office.

Price of form with Prospectus - Rs. 150/-

*Time : 9.30 AM to 12 Noon*

26/11/2025

*জাননী*
২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে
নাৰ্চাৰী শ্ৰেণীত নামভৰ্তিৰ প্ৰ -পত্ৰ ২৭-১১-২০২৫ তাৰিখৰ পৰা ১০-১২-২০২৫ তাৰিখলৈকে দিয়া হ'ব । ইচ্ছুক অভিভাৱকসকলে বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা প্র-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।

প্ৰস্পেক্টাছসহ প্ৰ -পত্ৰৰ মূল্য -- ১৫০ টকা ।

*সময় : পুৱা ৯:৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত* ।

আজি ইং ০৮/০৯/২০২৫ তাৰিখে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিদ্যালয়ত উদযাপনৰ কিছু মূহূৰ্ত৷
08/09/2025

আজি ইং ০৮/০৯/২০২৫ তাৰিখে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিদ্যালয়ত উদযাপনৰ কিছু মূহূৰ্ত৷

আজি ইং ৩০ আগষ্ট, বিদ্যালয়ত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত উইমেনচ্ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ চাৰে অহা ৭ চেপ্তেম্...
30/08/2025

আজি ইং ৩০ আগষ্ট, বিদ্যালয়ত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত উইমেনচ্ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ চাৰে অহা ৭ চেপ্তেম্বৰত হ’বলগীয়া পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণৰ সম্পৰ্কে বিজ্ঞানভিত্তিক আলোচনা আৰু বজ্ৰপাতৰ সম্পৰ্কে অতিকৈ দৰকাৰী কিছু কথা ছাত্ৰছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীক জানিবলৈ দিয়ে৷

৩১/০৫/২০২৫আজি বিশ্ব ধঁপাতবিৰোধী দিৱস, সেই উপলক্ষে বিদ্যালয়ৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক ধঁপাতৰ অ...
31/05/2025

৩১/০৫/২০২৫
আজি বিশ্ব ধঁপাতবিৰোধী দিৱস, সেই উপলক্ষে বিদ্যালয়ৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলক ধঁপাতৰ অপকাৰীতাৰ বিষয়ে অৱগত কৰে তিনিচুকীয়াৰ অধিবক্তা যিগনান চিংফুৱে৷

বিদ্যালয়ৰ গৌৰৱ ২০২৫
11/04/2025

বিদ্যালয়ৰ গৌৰৱ ২০২৫

Address

Parbatia
Tinsukia
786125

Alerts

Be the first to know and let us send you an email when Saumarjyoti Vidyalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Saumarjyoti Vidyalaya:

Shortcuts

Share

Category