22/05/2024
আজি 22-05-2024 তাৰিখে আমাৰ বিদ্যালয় বেতনী বৰপথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান এই খন বিদ্যালয়ৰে পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত লতুপা দুৱাৰা ডাঙৰীয়াই এখন চিলিং ফেন প্ৰদান কৰে৷ শ্ৰী দুৱাৰা ডাঙৰীয়াক বিদ্যালয় তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনালো৷