Aryabhatta Academy Senior Secondary School Tihu

  • Home
  • India
  • Tihu
  • Aryabhatta Academy Senior Secondary School Tihu

Aryabhatta Academy Senior Secondary School Tihu Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aryabhatta Academy Senior Secondary School Tihu, School, Tihu Town , Ward no 1, Tihu.

Thank you to all the parents and teachers who joined our HS Second Year meeting on October 29th, 2024. Your commitment a...
31/10/2024

Thank you to all the parents and teachers who joined our HS Second Year meeting on October 29th, 2024. Your commitment and collaboration are key to our students' success! Together, we’re building a brighter future 🌟


নৱাগত আদৰণি সভা মানেই হৈছে সম্ভাৱনাৰ সমাহাৰ। এনে বহু সম্ভাৱনাই বুকুত হাজাৰ সপোন লৈ স্কুলৰ দেওনা পাৰ কৰি ভৰি দিয়ে শিক্ষা...
07/09/2024

নৱাগত আদৰণি সভা মানেই হৈছে সম্ভাৱনাৰ সমাহাৰ। এনে বহু সম্ভাৱনাই বুকুত হাজাৰ সপোন লৈ স্কুলৰ দেওনা পাৰ কৰি ভৰি দিয়ে শিক্ষানুষ্ঠানত ।

যোৱা 4/08/2024 তাৰিখে হৈ হোৱা 'নৱাগত আদৰণি সভা আৰু অভিনন্দন অনুষ্ঠান'ৰ কিছু দৃশ্যাংশ :

জ্ঞানচক্ষুৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশি পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষক সমাজে । সেয়ে শিক্ষকসকলৰ এই মহান সামাজিক দায়িত্ব...
05/09/2024

জ্ঞানচক্ষুৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশি পোহৰৰ বাট কাটিবলৈ শিকায় শিক্ষক সমাজে । সেয়ে শিক্ষকসকলৰ এই মহান সামাজিক দায়িত্ববোধক সন্মান প্ৰদৰ্শনৰ বাবেই প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ প্ৰতিষ্ঠানত 'শিক্ষক দিৱস' উদযাপন কৰা হয় । ইয়াৰে কিছু মূহুৰ্ত :

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ।গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ॥'শিক্ষক দিৱস'ৰ এই পবিত্ৰ ক্ষণ...
05/09/2024

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ॥

'শিক্ষক দিৱস'ৰ এই পবিত্ৰ ক্ষণত প্ৰজ্ঞাৰ বীজ সিঁচি সমাজ আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ।




04/09/2024

গুৰুজনাই দেখুৱাই যোৱা মহান আদৰ্শেৰে সকলোৱে খোজ লওঁক, অহিংসা আৰু সম্প্ৰীতিৰে বৰ অসমৰ একতাৰ এনাজৰী সুদৃঢ় হওঁক তাৰে কামনাৰে আজি পুণ্য তিৰোভাৱ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ ভক্তি অৰ্ঘ্য যাঁচিছো




26/08/2024

সমস্ত সংসাৰৰ দুখহৰ্তা, সকলো বিপদৰ বিঘ্নহৰ্তা, পালনহাৰী শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীৰ সদৌটিলৈ ভক্তিভৰা শুভেচ্ছা নিবেদিছো ...








24/08/2024

অসমীয়া সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানে বৃহত্তৰ অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধা গুণৰ আকৰ গুৰুজনাৰ সৃষ্টি আৰু আদৰ্শই সকলোকে উদ্বুদ্ধ কৰি যাওঁক ।

19/08/2024

IIT Guwahati ত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিৰ বিজ্ঞান আৰ্হি প্ৰদৰ্শনীত ধৃতিৰাজ আৰু বিতুস্মিতাই A+ গ্ৰেডেৰে দ্বিতীয় স্থান ...
07/07/2024

IIT Guwahati ত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিৰ বিজ্ঞান আৰ্হি প্ৰদৰ্শনীত ধৃতিৰাজ আৰু বিতুস্মিতাই A+ গ্ৰেডেৰে দ্বিতীয় স্থান লাভ কৰি আমাৰ একাডেমীখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । দুয়োজনলৈ অভিনন্দন আৰু অযুত শুভকামনা 💐💐

উদ্ভাৱনীমূলক চিন্তা আৰু বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যে  ' ইলোৰা বিজ্ঞান মঞ্চ অসম' আৰু IIT Guwahati ৰ সহযোগত নলবাৰ...
01/07/2024

উদ্ভাৱনীমূলক চিন্তা আৰু বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যে ' ইলোৰা বিজ্ঞান মঞ্চ অসম' আৰু IIT Guwahati ৰ সহযোগত নলবাৰী মহাবিদ্যালয়ত জিলা পৰ্যায়ত বিজ্ঞান আৰ্হি প্ৰদৰ্শন কৰি প্ৰথমস্থান লাভেৰে ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শনৰ বাবে বাচনিভুক্ত হোৱা আৰ্য্যভট্ট একাডেমী, টিহুৰ কলা শাখাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে ধৃতিৰাজ চৌধুৰী আৰু বিতুস্মিতা ডেকাই IIT Guwahati ত State Level ত প্ৰদৰ্শনৰ বাবে সুযোগ লাভ কৰিছে । সেয়ে এই গৌৰৱময় ক্ষণত তেওঁলোকক একাডেমিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা জনোৱা হ'ল 💐💐

সুস্থ মন + সুস্থ শৰীৰ = সুস্থ সমাজ
21/06/2024

সুস্থ মন + সুস্থ শৰীৰ = সুস্থ সমাজ



Address

Tihu Town , Ward No 1
Tihu
781371

Telephone

+919101611109

Website

Alerts

Be the first to know and let us send you an email when Aryabhatta Academy Senior Secondary School Tihu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Aryabhatta Academy Senior Secondary School Tihu:

Shortcuts

Share