Aryabhatta Academy Senior Secondary School, Tihu

  • Home
  • India
  • Tihu
  • Aryabhatta Academy Senior Secondary School, Tihu

Aryabhatta Academy Senior Secondary School, Tihu Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aryabhatta Academy Senior Secondary School, Tihu, Education, Ward No: 7, Nalbari, Tihu.

A trusted institution for Classes 9-12 (Arts/Science/Commerce) offering quality education, expert teachers & a strong foundation for academic success and competitive exams

“One Nation, One Spirit, One India.
15/08/2026

“One Nation, One Spirit, One India.

সেউজীয়া পৰিৱেশ, সুস্থ জীৱন -আহক প্ৰকৃতিক সুৰক্ষা দিওঁ।
05/06/2026

সেউজীয়া পৰিৱেশ, সুস্থ জীৱন -
আহক প্ৰকৃতিক সুৰক্ষা দিওঁ।

শুভেচ্ছা-বার্তাআমি জানিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে অহা ৩০,৩১ মে' আৰু ১ জুন, ২৬ তাৰিখে গুজৰাটত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় ...
29/05/2026

শুভেচ্ছা-বার্তা

আমি জানিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে অহা ৩০,৩১ মে' আৰু ১ জুন, ২৬ তাৰিখে গুজৰাটত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নস্বীপ, ২০২৬-লৈ নলবাৰী জিলা পাঞ্জা দলৰ প্ৰতিনিধি হিচাপে অংশ গ্ৰহণ কৰিব আৰ্য্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ শ্ৰীমান পাৰ্থিৱ কলিতাই। টিহুৰ ১ নং ৱাৰ্ড নিৱাসী শ্ৰীযুত উৎপল কলিতা আৰু দীপাঞ্জলি কলিতাৰ সন্তান, এইগৰাকী প্ৰতিভাৱান কৃতী ছাত্ৰলৈ আমি হিয়াভৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ তেওঁৰ সাফল্যই আমাৰ একাডেমীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব।

ধন্যবাদেৰে-

আর্য্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিয়াল

২৯ মে', ২০২৬

অসমৰ ভিতৰতে শ্ৰেষ্ঠ (প্ৰথম)বিস্মিতা শৰ্মা কলা শাখাআৰ্যভট্ট একাডেমি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টিহু ।
18/05/2026

অসমৰ ভিতৰতে শ্ৰেষ্ঠ (প্ৰথম)
বিস্মিতা শৰ্মা
কলা শাখা
আৰ্যভট্ট একাডেমি চিনিয়ৰ চেকেণ্ডাৰী স্কুল, টিহু ।

Our future
13/05/2026

Our future

11/05/2026
11/05/2026

11/05/2026

Our Pride ⭐✨ ARYABHATTA ACADEMY SENIOR SECONDARY SCHOOL, TIHU
28/04/2026

Our Pride ⭐✨
ARYABHATTA ACADEMY SENIOR SECONDARY SCHOOL, TIHU

Congratulations 🎉
28/04/2026

Congratulations 🎉

Address

Ward No: 7, Nalbari
Tihu
781371

Website

Alerts

Be the first to know and let us send you an email when Aryabhatta Academy Senior Secondary School, Tihu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share