19/09/2023
পোন প্ৰথমবাৰৰ বাবে টিহু মহাবিদ্যালয়ৰ মুখপত্ৰ "টিচিয়ান"ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এটি শুভেচ্ছা বাণী পাবলৈ আমি সক্ষম হও।এই ক্ষেত্ৰত আমি শলাগ ল'ব লাগিব ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু টিহু মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক। গতিকে এই ক্ষেত্ৰত আমি নিজকে সফল বুলি অনুভৱ কৰিছো।
Tihu College Student Union 2022-23