08/09/2026
#গাৱঁ_গৌৰৱ #তেজপুৰ
চহৰৰ পৰা ৰাজ্য আৰু গাৱৰ পৰা চহৰ —
কিন্তু চৰকাৰীভাৱে বা সাধাৰণতে গুৰুত্ব কেৱল চহৰক কিয়?
প্ৰকৃততে গাৱঁ লৈ কোনেও চিন্তিত নহয়। বিভিন্ন দল, সংগঠন সকলোৱে কেৱল গাৱবোৰক ব্যৱহাৰহে কৰে।
কিন্তু সৰু সুৰা প্ৰয়াসত কিছু যুৱক যুৱতী গাৱঁৰ গৰ্ভৰ পৰা গতি কৰিছে, নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। তাৰেই এক জলন্ত উদাহৰণ বঙাইগাঁৱৰ হাফিজ ইলিয়াছ হুছেইন আনছাৰী।
মাদ্ৰাছাৰ পৰা কলেজলৈ, কলেজৰ পৰা বিশ্ববিদ্যালয়লৈ আৰু তাৰ এতিয়া লণ্ডনত কৰ্মৰত হাফিজ ইলিয়াছ হুছেইন আনছাৰী।
Adv Elias Hossen Ansari
গতিকে তেখেতক আমি তেখেতৰ এই —
“বুকুত কুৰআন, হাতত আইন” লৈ
"হিফজৰ পৰা হাইক’ৰ্ট" লৈ
"মাটিৰ পৰা মুকুট" লৈ (ভৱিষ্যতৰ) ”
উৎসাহমূলক, প্ৰেৰণাময় যাত্ৰা আৰু বৃহৎ সফলতাক আমি প্ৰশংসা কৰিছোঁ, আদৰিছোঁ। আৰু তেখেতক আমি নতুন উপাধিৰে সন্মানিত কৰিবলৈ পাই আনন্দিত হৈছোঁ —
" #গাৱঁ_গৌৰৱ "
কিছু সময় আমাৰ একাডেমীত অতিবাহিত কৰে আৰু ছাত্ৰীসকলক সম্বোধন কৰে।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো এডভোকেট চাহেব!