Azad Memorial High School

Azad Memorial High School This page about a brief information of Azad Memorial High Madrassa & It will try to Help you in whatever way. People who studied here are welcome here

Current Headmaster In-Charge of this Institution: Shri Sanjib Adhikari, MA, B.Ed
06/10/2025

Current Headmaster In-Charge of this Institution: Shri Sanjib Adhikari, MA, B.Ed

27/07/2024
নুৰুল ইছলাম, এজন নিষ্ঠাৱান আৰু সুদক্ষ শিক্ষক ইংৰাজী 29-02-2024 তাৰিখে অৱসৰ গ্ৰহণ কৰে। বিদ্যালয় খনত তেওঁৰ অৱদান চিৰস্মৰণী...
01/03/2024

নুৰুল ইছলাম, এজন নিষ্ঠাৱান আৰু সুদক্ষ শিক্ষক ইংৰাজী 29-02-2024 তাৰিখে অৱসৰ গ্ৰহণ কৰে। বিদ্যালয় খনত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব।

12/02/2024

HSLC পৰীক্ষাৰ্থী সকলৰ বাবে বিশেষ আহ্বান :----
১। পৰীক্ষা হলত পুৱা ৮:১৫ বজাত প্ৰবেশ কৰিব লাগিব।
২। বিদ্যালয়ৰ ইউনিফর্মত যোৱাটো বাধ্যতামূলক।
৩। এডমিট কাৰ্ড, ৰেজিস্ট্ৰেচন কাৰ্ড লগত নিব লাগিব।
৪। ক্লিপৰ্বড স্বচ্ছ/ প্ৰতিফলন ( Transparent board) হ'ব লাগিব।
৫।স্মার্ট ঘড়ী, ডিজিটেল ঘড়ী, মোবাইল ফোন নিব নোৱাৰিব।
৬। পৰীক্ষা আৰম্ভ কৰা ডেৰ ঘণ্টা হোৱাৰ লগে লগে OMR নিৰীক্ষকে লৈ ল'ব।
৭। হাত, ভৰি, ক্লিপ বৰ্ডত আখৰ লিখি নিব নোৱাৰিব। লিখি নিলে বহিষ্কাৰ কৰিব।
উপৰোক্ত নিয়ম শৃঙ্খলা সমুহ মানি চলিব লাগিব।

Result AHM-22First Division-04 (one distinction)2nd Division-233rd Division-14
07/06/2022

Result AHM-22
First Division-04 (one distinction)
2nd Division-23
3rd Division-14

Result of AHM-2021
30/07/2021

Result of AHM-2021

Address

Tezpur
784027

Website

Alerts

Be the first to know and let us send you an email when Azad Memorial High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Azad Memorial High School:

Shortcuts

Share

Category