Guitar And keyboard Class .Tezpur Assam

Guitar And keyboard Class .Tezpur Assam Guitar and keyboard class certified by Trinity College London class from Tezpur

16/04/2023
আমাৰ সম্পূৰ্ণ‌ প্ৰদৰ্শন-- watch the video link https://youtu.be/qYXyKXW5RQ0| নতুন পুৰুষ, নতুন পুৰুষ, | 𝐍𝐚𝐭𝐮𝐧 𝐏𝐮𝐫𝐮𝐱𝐡, 𝐍𝐚𝐭...
03/05/2021

আমাৰ সম্পূৰ্ণ‌ প্ৰদৰ্শন-- watch the video link
https://youtu.be/qYXyKXW5RQ0

| নতুন পুৰুষ, নতুন পুৰুষ, | 𝐍𝐚𝐭𝐮𝐧 𝐏𝐮𝐫𝐮𝐱𝐡, 𝐍𝐚𝐭𝐮𝐧 𝐏𝐮𝐫𝐮𝐱𝐡, (𝑬𝒏𝒈: 𝑵𝒆𝒘 𝑴𝒂𝒏) | ডঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা | এঞ্জেলছ লুইত কয়ৰ (𝐀𝐧𝐠𝐞𝐥𝐨𝐬 𝐋𝐔𝐈𝐓 𝐂𝐡𝐨𝐢𝐫, 𝐀𝐬𝐬𝐚𝐦, 𝐈𝐧𝐝𝐢𝐚) | 𝟑𝐫𝐝 𝐖𝐨𝐫𝐥𝐝 𝐕𝐢𝐫𝐭𝐮𝐚𝐥 𝐂𝐡𝐨𝐢𝐫 𝐂𝐨𝐦𝐩𝐞𝐭𝐢𝐭𝐢𝐨𝐧 | 𝕲𝖑𝖔𝖇𝖆𝖑 𝕽𝖊𝖑𝖊𝖆𝖘𝖊 on 𝟑𝟎𝐭𝐡 𝐀𝐩𝐫𝐢𝐥 𝟐𝟎𝟐𝟏

কৰ'ণাক্ৰান্ত সময়ৰ সন্মুখীন হৈ অনিশ্চয়তাৰ মকৰাজাল ফালি সামাজিক দূৰত্বৰ নিয়মনীতিৰে গুৱাহাটী, মৰাণ, ডিব্ৰুগড়, দুলিয়াজান, কলকাতা, মুম্বাই পুনে হৈ আমেৰিকাৰ "নতুন পুৰুষ" সকলৰ মাজত অনলাইন যোগে যোগসূত্ৰ স্থাপন কৰি গীতটি ত্ৰিভাষিক (অসমীয়া, বাংলা, হিন্দী) ৰূপত তিনিমাহ শিকাই প্ৰশিক্ষণ দি মবাইলত ৰেকৰ্ড কৰি গোটেই কন্ঠখিনিৰ সৈতে সংগীত সংমিশ্ৰণ কৰি, পোনপ্ৰথমবাৰৰ বাবে গায়ক গায়িকাই গীতৰ ছন্দে ছন্দে কৰা নৃত্যৰ দৃশ্য ভিডিঅগ্ৰাফ সম্পাদনা কৰা হৈছে | *ইন্ডোনেচিয়াত অহা ৩০ এপ্ৰিলৰ পৰা ৭ মে'লৈকে* অনুষ্ঠিত হ'বলগীয়া তৃতীয় বিশ্ব ভাৰ্চুৱেল কয়'ৰ প্ৰতিযোগিতাত *(𝟑𝐫𝐝 𝐖𝐨𝐫𝐥𝐝 𝐕𝐢𝐫𝐭𝐮𝐚𝐥 𝐂𝐡𝐨𝐢𝐫 𝐅𝐞𝐬𝐭𝐢𝐯𝐚𝐥, 𝐁𝐚𝐧𝐝𝐮𝐧𝐠 𝐂𝐡𝐨𝐫𝐚𝐥 𝐒𝐨𝐜𝐢𝐞𝐭𝐲, 𝐈𝐧𝐝𝐨𝐧𝐞𝐬𝐢𝐚) অসম তথা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা ৭০জন সদস্যৰ এয়া একমাত্ৰ দল।*

*Conductor :*
*Rupam J.B*
*(ৰূপম জ্যোতি বৰা )*

উল্লেখযোগ্য, যোৱাবছৰ এনে অনিশ্চয়তাৰ মাজতো মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতৰ কয়'ৰ পৰিবেশনাৰে ভাৰতক প্ৰতিনিধিত্ব কৰি ইন্ডোনেচিয়াত অনুষ্ঠিত দ্বিতীয় বিশ্ব ভাৰ্চুৱেল কয়ৰ প্ৰতিযোগিতাত (𝟐𝐧𝐝 𝐖𝐨𝐫𝐥𝐝 𝐕𝐢𝐫𝐭𝐮𝐚𝐥 𝐂𝐡𝐨𝐢𝐫 𝐅𝐞𝐬𝐭𝐢𝐯𝐚𝐥, 𝐁𝐚𝐧𝐝𝐮𝐧𝐠 𝐂𝐡𝐨𝐫𝐚𝐥 𝐒𝐨𝐜𝐢𝐞𝐭𝐲, 𝐈𝐧𝐝𝐨𝐧𝐞𝐬𝐢𝐚) অংশগ্ৰহণ কৰি শ্ৰেষ্ঠতাৰ সোণৰ পদক অৰ্জনৰে অসমৰ সংগীত ইতিহাসত বিৰল খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল |

3RD BANDUNG CHORAL SOCIETY WORLD VIRTUAL CHOIR FESTIVAL 202130 APRIL - 7 MAY 2021VIRTUAL CHOIR COMPETITIONPOP & JAZZ CATEGORYANGELOS LUIT CHOIR FROM GUWAHATI...

https://youtu.be/AjK4GVR1EcE
30/12/2020

https://youtu.be/AjK4GVR1EcE

Where did the guitar come from?We learn about and play 7 instruments along the path of the guitar's evolution,from the Arabic Oud to the modern acoustic as w...

26/11/2020

Naamghar Association of America (NAAM) seeks to preserve, promote, and celebrate the legacy of Srimanta Sankardeva and inspire the current and future generations of the Assamese diaspora to explore and embrace his philosophy and contributions to the Assamese society

18/08/2017

Address

Near Darrang College Back Gate & Near Silver Jubliee School Hatipilkhana
Tezpur
784001

Opening Hours

Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+917002084765

Website

Alerts

Be the first to know and let us send you an email when Guitar And keyboard Class .Tezpur Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Guitar And keyboard Class .Tezpur Assam:

Shortcuts

Share