Tezpur College Students' Union 17-18

Tezpur College Students' Union 17-18 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tezpur College Students' Union 17-18, Education, Tezpur.

Diamond Jubilee Festival, Tezpur College✨️Bhaskar Opswel Live 💥
12/02/2026

Diamond Jubilee Festival, Tezpur College✨️

Bhaskar Opswel Live 💥

 #বিদ্যয়া_মৃতম_শ্ৰুতে.বাণ ৰজাৰ মহানগৰী শোণিতপুৰৰ তেজপুৰ চহৰৰ মাজমজিয়াত অৱষ্ঠিত  #তেজপুৰ_মহাবিদ্যালয়. কত ঘাত প্রতিঘাতক নে...
05/08/2020

#বিদ্যয়া_মৃতম_শ্ৰুতে.
বাণ ৰজাৰ মহানগৰী শোণিতপুৰৰ তেজপুৰ চহৰৰ মাজমজিয়াত অৱষ্ঠিত #তেজপুৰ_মহাবিদ্যালয়. কত ঘাত প্রতিঘাতক নেওচি তুমি আজি ৫৫ তম্ প্রতিষ্ঠা দিৱস অতিক্ৰম কৰিলা. আমাৰ জীৱন সুন্দৰ কৈ গঢ় দিয়া হে' শিক্ষ্যামন্দিৰ, তোমাক কোটি কোটি প্রণাম.
তুমি চিৰজুগমীয়া হোৱা, তাৰে কামনাৰে.

Proud to be a

.

Love💕
28/06/2020

Love💕

27/06/2020
H. S. Final 2020 Results of the College (Commerce)
25/06/2020

H. S. Final 2020 Results of the College (Commerce)

H. S. Final 2020 Results of the College (Arts)
25/06/2020

H. S. Final 2020 Results of the College (Arts)

দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে । প্ৰমাণ দিলে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰী কুশল চন্দ্ৰ নাথে ...
25/06/2020

দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে । প্ৰমাণ দিলে বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শ্ৰী কুশল চন্দ্ৰ নাথে । আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত 70.8 % নম্বৰ লৈ অসমীয়া আৰু ব্যৱসায় অধ্যয়ন বিষয়ত লেটাৰ নম্বৰ সহ উৰ্ত্তীণ আমাৰ মৰমৰ ছাত্ৰ , ভাতৃ-প্ৰতিম কুশলৰ বাবে গৌৰৱান্বিত আমি ।

বিহগুৰিৰ দৈনিক বজাৰত কুশলে শাক পাচলি বিক্ৰী কৰা , চুলি কটা অসমীয়া ডেকা জনক আশীৰ্বাদ কৰিব ।

তুমি আগুৱাই যোৱা কুশল। তোমাক অভিনন্দনও মৰম জনালোঁ । মনত ৰাখিবা বহুদূৰ যাব লাগিব তুমি ।

 Tezpur College
23/06/2020



Tezpur College

14/06/2020

RIP Sushant Singh Rajput 💔😪
We will miss you 💔

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Tezpur College Students' Union 17-18 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Tezpur College Students' Union 17-18:

Shortcuts

Share

Category