17/08/2024
তাইৰ চকুত তেজ,মুখত আঘাত
দেহটো জঘন্য কামনাৰে কটা।
অসহায় মানৱতা❗
কেনে স্বাধীনতা❓
আজি ইং 16 /08/2024তাৰিখে তেজপুৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাই Dr.Moumita Debnath ৰ ন্যায়ৰ বাবে তেজপুৰ মহাবিদ্যালয় ত মহাবিদ্যালয়ৰ ছাত্ৰী আৱাস আৰু মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সমূহৰ সহযোগত Candle Lighting Ceremony এটা আয়োজন কৰা হৈছিল ।আমাৰ স্পট মত : সেই ২০ জন নৰপিশাচ ক উচিত শাস্তি প্ৰদান কৰিব লাগিবই ।।
16/08/2024
শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ১৫আগষ্ট তাৰিখে নেহৰু মৈদানত আয়োজন কৰা ৭৮সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা পেৰেড প্ৰতিযোগিতাত তেজপুৰ মহাবিদ্যালয়ৰ 5 Assam BN NCC য়ে অংশগ্ৰহণ কৰি দ্বিতীয় স্থান অৰ্জন কৰি তেজপুৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে ।
তেজপুৰ মহাবিদ্যালয়লৈ এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেজপুৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিগৰাকী কেডেটক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ❤️
24/09/2023
সহকাৰী সাধাৰণ সম্পাদক অথাৎ (Assistent general secretary) ।।
19/09/2023
এটি দুখ লগা বিষয়
যোৱা নিশা প্ৰায় ০৯:০০ মান বজাত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত পাৰ্থি #দেৱৰ্ষি হালৈ # (Debarshi Haloi) 'সাধাৰণ সম্পাদক ' ক আক্ৰমণ কৰিব আহোঁতে তেওঁৰ লগত অহা উপ সভাপতি #চাহিল হুছেইন # আৰু আন্ত: ক্ৰীয়া বিভাগৰ পাৰ্থি #মুষ্টক হুছেইন # গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । কিছু অচিনাকি ব্যক্তিয়ে তেওঁলোকক বায়কেৰে আহি থকা অৱস্থাত আক্ৰমণ কৰিবলৈ যত্ন কৰে । বৰ্তমান সমাজত এনে এক ঘটনাই সকলোকে মৰ্মাহত কৰিছে । বৰ্তমান তেওঁলোক Kanaklata Civil Hospital ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে। এই অচিনাকি ব্যক্তি কেইজন ক অসম আৰক্ষীক অতি শীঘ্ৰেই বিচাৰি ওলাবলৈ আমি আহ্বান জনালোঁ।।
Police
AASU
College Student Union
18/09/2023
প্ৰগতিশীল নীতিয়ে আনিব সমতা..
আহি আছে সভাপতিৰ পদত
*ৰিদিপ ডেকা*.....🔥✊
Vote for *Ridip deka* as your *president* ✊💪
18/09/2023
ৰচিব নতুন দিগন্ত...
সিঁচিব প্ৰগতিৰ ধাৰা ...
আহি আছে *সহকাৰী সাধাৰণ সম্পাদক* ৰ পদত সকলোৰে মৰমৰ
*হিমাংশু বৰা*
Vote for *Himanshu Borah* as your *Assistant General Secretary* (A.G.S)
18/09/2023
মুকলিপ্ৰায় আমাৰ বাবে জয়যাত্ৰাৰ মসৃণ বাট,
সাংস্কৃতিক বিভাগৰ সম্পাদকৰূপে
লাগে আমাক কেৱল *শান্তনু নাথ* ✊
Vote for *shantonu nath* as your *cultural secretary* ✊
18/09/2023
পুৱাৰ ৰ'দালি
ওলাই পূবেদি,
আলোচনী আৰু ভাষা বিভাগৰ সম্পাদকৰ বাবে
কাজু বৰাক জিকাব লাগিব তুমি
✊
Vote for kaju borah as your magazine secretary ✊
18/09/2023
তুলসীৰ তলে তলে মৃগপহু চৰে....
তেজপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে আমাক *দেৱৰ্ষী হালৈক* লাগে ✊✨
Vote for *Debarshi haloi* as your *GENERAL SECRETARY* (G.S)