Rangapara College official NSS

Rangapara College official NSS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rangapara College official NSS, Education, Tezpur.

আজি দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক সকলৰ orientation programme ত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰিলোঁ...
18/05/2023

আজি দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক সকলৰ orientation programme ত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰিলোঁ। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড০ পলাশমণি শইকীয়া, আঁচনি বিষয়া অধ্যাপক মানস পাটগিৰি লগতে মহাবিদ্যালয় পৰিয়ালৰ প্ৰতি ধন্যবাদ জনালোঁ আৰু উজ্জ্বল মুখৰ সম্ভাৱনাময় স্বেচ্ছাসেৱক সকললৈ শুভেচ্ছা জনালোঁ। লগতে অনুষ্ঠানৰ আন এগৰাকী সমল ব্যক্তি বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঁচনি বিষয়া ড০ বিনোদ চুবেদীলৈকো ধন্যবাদ জনালোঁ।

Address

Tezpur
784505

Telephone

+18638547582

Website

Alerts

Be the first to know and let us send you an email when Rangapara College official NSS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rangapara College official NSS:

Shortcuts

Share

Category