Asorit Gyan

Asorit Gyan সাধাৰণ জ্ঞান,আচৰিত তথ্য,ৰোমাঞ্চকৰ তথ?

13/01/2025

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে।

13/01/2025
03/10/2024

প্ৰশ্ন -প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
ক) বিষ্ণুৰাম মেধি ।
খ) তৰুণৰাম ফুকন ।
গ) গোপীনাথ বৰদলৈ ।
ঘ) মহম্মদ চালেহ আকবৰ হাইদাৰী।

Zubin da❤️
17/11/2023

Zubin da❤️

one day to ZG DAY

11/09/2023

Sri Gopikrishna Infrastructure private Limited কোম্পানীত RDSS Tezpur Office ত AutoCAD draftsman/operator এজনৰ প্ৰয়োজন।থকা খোৱাৰ সু-ব্যৱস্থা আছে কোনোবা থাকিলে ইনবক্স কৰক আৰু পোষ্টটো শেয়াৰ কৰক।

11/07/2023

অসমীয়া ভাষাৰ মুঠ বৰ্ণ বা আখৰ কেইটা?
ক) ৪১ টা
খ) ৪২ টা
গ) ৫১ টা
ঘ) ৫২ টা

কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰিব?
09/07/2023

কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰিব?

09/07/2023

প্ৰশ্ন:- ভাৰতৰ একমাত্ৰ পুৰুষ নদীৰ নাম কি?
ক) ব্ৰহ্মপুত্ৰ
খ) কৃষ্ণা
গ) গংগা
ঘ) কাবেৰী

Tezpur Rath YatraJoy Jagannath 🙏🙏🙏
20/06/2023

Tezpur Rath Yatra
Joy Jagannath 🙏🙏🙏

03/01/2023
01/01/2023

Happy New Year 2k23 to all

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Asorit Gyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Asorit Gyan:

Shortcuts

Share

Category