22/06/2023
"এবেকাচ জ্ঞান " এনে এক বিষয় যাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকল অংক গণনাত অতি পাকৈত আৰু ক্ষিপ্ৰ হৈ উঠে ।ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন হোৱাৰ উপৰিও পৰীক্ষাত জটীল গণনা কম সময়ত উত্তৰ উলিয়াই নিৰ্দিষ্ট সময়ৰ আগতেই উত্তৰবহী শেষ কৰিব পৰা ক্ষমতাৰ আয়ত্ব কৰে । সেয়ে জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ হোৱা এবেকাচ কচিংৰ চেন্টাৰত আহি ইচ্ছুক ছাত্ৰ ছাত্ৰীক অনতিপলমে নাম ভৰ্তিৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ বাবে বিশেষ আহ্বান জনোৱা হল ।সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে যোগাযোগ কৰক 970783512 আৰু 9101634952