Binapani Sishu Vidya Mandir

Binapani Sishu Vidya Mandir

Share

Playgroup to Nursery, LKG and UKG

14/04/2025
Photos from Binapani Sishu Vidya Mandir's post 11/04/2025

বীণাপাণি শিশু বিদ্যা মন্দিৰ,বি,পি তিনি আলি, বিদ্যালয়ৰ সৌজন্যত কণ-কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত "প্ৰাক-ৰঙালী বিহুৰ " এটি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Pre Bihu celebration at our school on the occasion of Rongali Bihu

Photos from Binapani Sishu Vidya Mandir's post 03/02/2025

Saraswati puja at school premises 2025

Photos from Binapani Sishu Vidya Mandir's post 14/11/2024

আজি ইং ১৪ নবেম্বৰ ২০২৪ তাৰিখে, বালি পুখুৰী তিনিআলিৰ বীণাপাণি শিশু বিদ্যা মন্দিৰত "শিশু দিৱস"উপলক্ষে কণ্ কণ্ শিশু সকলৰ মাজত অনুষ্ঠিত হোৱা, অনুষ্ঠানৰ অংশ বিশেষ ---

Children's Day celebration at the school premises today

Photos from Binapani Sishu Vidya Mandir's post 19/09/2024

আজি ইং ১৯/৯/২৪ তাৰিখে পুৱা ১০বজাত বীণাপাণি শিশু বিদ্যা মন্দিৰ প্ৰাংগনত , তেজপুৰ মিচন হস্পিটালৰ পৰা অহা এটি ভলন্টিয়াৰ চিকিৎসকৰ দলে শিশুসকলৰ লগত কেনেদৰে ব্যবহাৰ কৰিব লাগে , তথা দিব্যাংগ্ শিশু সকলক তদাৰক লোৱা , থেৰাপী দিয়া আদিৰ ওপৰত বিতং ভাবে অভিভাৱক/অভিভাৱিকা সকলক অতি প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াত অভিভাৱক/অভিভাৱিকা সকলে সন্তোষ প্ৰকাশ কৰে ।

Photos from Binapani Sishu Vidya Mandir's post 05/09/2024

শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছাৰে🌺💛
Teacher's day celebration at our school❤️

Photos from Binapani Sishu Vidya Mandir's post 15/08/2024

At our school premises on the occasion of 78 independence day

দেশৰ 78 তম স্বাধীনতা দিৱসৰ উপলক্ষে বীণাপাণি শিশু বিদ্যা মন্দিৰ বিদ্যালয়ৰ প্ৰাংগণত
🇮🇳🇮🇳🇮🇳

Want your school to be the top-listed School/college in Tezpur?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


B. P. Tiniali
Tezpur
784501

Opening Hours

9am - 5pm