Good Guides

Good Guides A way of Valid Learning
for APSC / TET/ SCC /

13/01/2022
Mock Test on Assamese (Language p1) Link:
25/08/2021

Mock Test on Assamese (Language p1)

Link:

Mark : 20

25/08/2021

১/ধ্বনি বিজ্ঞানৰ ভুমিকা গ্ৰন্থ খনৰ ৰচক কোন?
২/অসমীয়া ভাষাত ব্যৱহৃত ব্যঞ্জনান্ত শব্দ এটাৰ উদাহৰণ দিয়া?
৩/বিজ্ঞাপন শব্দৰ অৰ্থ কি?
Ans plz

25/08/2021

Who is the father of educational psychology?

24/08/2021

Vitamin C ৰ আন এটা নাম কি ???

- Ascorbic Acid

24/08/2021

বিশেষ শিক্ষা কিহৰ লগত জড়িত?
ক। প্রতিভাবান শিশুৰ লগত
খ। শিক্ষকৰ বিশেষ উন্নত প্ৰশিক্ষণ
গ।দৃবাংগ শিশুৰ শিক্ষাৰ লগত
ঘ। প্ৰাপ্তবয়স্ক ব্যক্তিৰ শিক্ষাৰ লগত

উত্তৰ : গ

24/08/2021

শিকনৰ উপযুক্ত অৰ্থই কি সূচায় -
ক। জ্ঞান আধাৰিত শিক্ষা
খ। ব্যৱহাৰৰ পৰিবর্তন
গ। ব্যক্তিগত সমাযোজন
ঘ। দক্ষতা আহৰণ

উত্তৰ : ব্যাৱহাৰৰ পৰিবৰ্তন

Address

NH15
Tezpur

Website

Alerts

Be the first to know and let us send you an email when Good Guides posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category