Jamuguri Higher Secondary School

Jamuguri Higher Secondary School

Share

Welcome to our official page. We are always with you...

29/04/2026

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ২০২৬ত ১০০% সফলতাৰ হাৰেৰে এক অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছে। এই সাফল্যই শিক্ষানুষ্ঠানখনৰ নিষ্ঠাবান শিক্ষক, গুণগত শিক্ষা আৰু উন্নত শৈক্ষিক পৰিৱেশক প্ৰতিফলিত কৰে। এক উজ্জ্বল ভৱিষ্যতৰ বাবে আজি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনা দ্বিধাই উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰে!

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বাছনি কৰাৰ কাৰণসমূহ:

১| ধাৰাবাহিক শৈক্ষিক সফলতা: বিগত বছৰসমূহৰ দৰেই ২০২৬ বৰ্ষতো ১০০% (সামগ্ৰিক) সফলতাৰ হাৰ ।

২| অভিজ্ঞ শিক্ষক: ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে যত্নশীল আৰু অভিজ্ঞ শিক্ষক।

৩|আৱেশিক পৰিৱেশ: শান্তিপূৰ্ণ, প্ৰাকৃতিক আৰু কেন্দ্ৰীভূত বিদ্যালয় চৌহদ।

৪| সৰ্বাংগীন বিকাশ: শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব ।

এতিয়াই নামভৰ্তি কৰক!
আপোনাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আজি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰক।
যোগাযোগ: অধ্যক্ষ , জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
সময়: সোম-শনি (৯:০০ AM - ৪:০০ PM)
গুণগত শিক্ষা, সুৰক্ষিত ভৱিষ্যত - জয়তু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

28/04/2026

বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিস্তাৰিত বিৱৰণ।

28/04/2026

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে বিদ্যালয় খনৰ লগতে সমগ্ৰ জামুগুৰিহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। কলা আৰু বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণ হৈ এই ধাৰাৰ অব্যাহত ৰখাৰ লগতে বিদ্যালয়ৰ ছাত্ৰী অনুষ্কা শিৱমে ৰাজনীতি বিজ্ঞান বিষয়ত ১০০ শতাংশ নম্বৰ পাই বিদ্যালয় খনত এক ইতিহাস ৰচিলে।

23/03/2026

বিদ্যালয়ৰ নামভৰ্ত্তিৰ জাননী...
আপোনাৰ সন্তানক বিনা সংকোচে আমাৰ হাতত তুলি দিয়ক,
আমি তেওঁলোক গঢ় দিম...

21/12/2025
20/12/2025

কৌৰৱ।

20/12/2025
20/12/2025

কৃষ্ণৰ প্ৰবেশ।

20/12/2025

৯১ সংখ্যক বাৰ্ষিক খেল সপ্তাহত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মঞ্চস্থ কৰা কৰ্ণপৰ্ব ভাওনাৰ সময়ত। সূত্ৰধাৰ...

Want your school to be the top-listed School/college in Tezpur?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


NH 15
Tezpur
784180

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 1pm