36 no Goroimari Junior Basic School

36 no Goroimari Junior Basic School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 36 no Goroimari Junior Basic School, School, Tezpur Lakhimpur Road, Tezpur.

International Yoga Day21/06/24
21/06/2024

International Yoga Day
21/06/24

আজি ১/৪/২০২৪ তাৰিখে আমাৰ বিদ্যালয়লৈ অহা নতুন শিক্ষাৰ্থী সকলক আদৰণী জনাই শিক্ষা বৰ্ষৰ শুভাৰম্ভ কৰা হয়।
02/04/2024

আজি ১/৪/২০২৪ তাৰিখে আমাৰ বিদ্যালয়লৈ অহা নতুন শিক্ষাৰ্থী সকলক আদৰণী জনাই শিক্ষা বৰ্ষৰ শুভাৰম্ভ কৰা হয়।

সময় গতিশীল,সময়ক ধৰি ৰাখিব পৰা নাযায়।সেয়ে সময়ৰ আহ্বানক সহাঁৰি জনাই আজি ১৫ ছেপ্তেম্বৰ ২০২৩ তাৰিখে ৩৬ নং গৰৈমাৰী নিঃবুঃ বিদ...
15/09/2023

সময় গতিশীল,সময়ক ধৰি ৰাখিব পৰা নাযায়।সেয়ে সময়ৰ আহ্বানক সহাঁৰি জনাই আজি ১৫ ছেপ্তেম্বৰ ২০২৩ তাৰিখে ৩৬ নং গৰৈমাৰী নিঃবুঃ বিদ্যালয়ৰ পৰিচালনা সমিতি খন ভংগ কৰি নতুন সমিতি এখন গঠন কৰা হয়, মণ্ডল সমন্বয়কৰ উপস্থিতিত।
এক অনন্য পৰিচয়, সভাপতি=ৰাম প্ৰসাদ গৌড়। তেখেতে ৯ বছৰীয়া কাৰ্য কালত ৪টাকৈ গুণোৎসৱত আগ ভাগ লৈ,নতুন উৎসাহেৰে নিজৰ এলেকাৰ স্বাৰ্থত,কণ কণ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যি ত্যাগ কৰিলে,সেই ত্যাগক আমি বিশেষ ভাৱে মই মোৰ হ্নদয়ৰ এচুকত সযতনে আজিয়েই সাঁচি ৰাখিলো। সঁচা অন্তৰৰে ভগৱানক আৰাধনা কৰিলে ভক্তৰ সমস্যা সমাধান কৰে।তেনেকৈয়ে বিদ্যালয়ৰ যিকোনো সমস্যাৰ সৃষ্টি হলেই ফোনত ৰিংকৰি সভাপতি ৰামক আহ্বান জনাওঁ,সমস্যা সমাধান। এনে এজন সভাপতিক দায়িত্বৰ পৰা আতঁৰাই মই যথেষ্ট আবেগিক.......
মোৰ জীৱনত আজিলৈকে দৃষ্টিগোছৰ হোৱা নাই যে, সমিতিৰ সভাপতিয়ে দায়িত্বৰ পৰা অব্যাহতি লওঁতে আবেগিক হৈ, কণ্ঠৰুদ্ধহৈ ধাৰাষাৰ চকুলোৰে বিদায় দিয়া
লিখিব গ'লে এখন কিতাপৰ আকাৰ ল'ব। আজিৰ পৰা ঘৰৰ মূৰব্বী বিহিন হোৱাৰ দৰে আমিও গৰৈমাৰী বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী সকল মূৰব্বী হীন হোৱা যেন অনুভৱ কৰিছো।
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আপোনাৰ সুস্বাস্থ, দীঘায়ু কামনা কৰিলো আৰু আমাৰ এই বিদ্যালয় আপোনাৰ বিদ্যালয় বুলি ভাবি দিহা পৰাৰ্মশ দি নতুন নতুন খ্যাতি সংযোজন কৰিব।  প্ৰধান শিক্ষক
১৫/৯/২০২৩

বিদ্যালয়ৰ বাগিচাত ফুলি উঠা অচিনাকি ফুলজোপা
11/09/2023

বিদ্যালয়ৰ বাগিচাত ফুলি উঠা অচিনাকি ফুলজোপা

স্বচ্ছতা পষেকৰ প্ৰথম দিনৰ শপত  গ্ৰহণ কাৰ্যসূচীত ছাত্ৰছাত্ৰীৰ অংশগ্ৰহণ
01/09/2023

স্বচ্ছতা পষেকৰ প্ৰথম দিনৰ শপত গ্ৰহণ কাৰ্যসূচীত ছাত্ৰছাত্ৰীৰ অংশগ্ৰহণ

১৮৩৫ চনৰ পৰা আজিৰ তাৰিখলৈ গৰৈমাৰী অঞ্চলক জ্ঞানৰ বন্তিৰে আলোকিত কৰি অহা গৰৈমাৰী এল পি স্কুললৈ একেৰাহে চতুৰ্থবাৰলৈ গুণোৎসৱ...
26/04/2023

১৮৩৫ চনৰ পৰা আজিৰ তাৰিখলৈ গৰৈমাৰী অঞ্চলক জ্ঞানৰ বন্তিৰে আলোকিত কৰি অহা গৰৈমাৰী এল পি স্কুললৈ একেৰাহে চতুৰ্থবাৰলৈ গুণোৎসৱত A+ প্ৰাপ্তি ৷ এইদৰে ভবিষ্যতলৈও বিদ্যালয়ৰ মান অক্ষুণ্ণ ৰাখি বিদ্যালয়ৰ গৌৰৱ যুগ যুগ লৈ বৰ্তি থাকক🙏🙏

বিদ্যাঞ্জলী স্কুল এডপ্টচন আচনিৰ অধীনত শ’লমাৰা সেনা বাহিনীৰ দ্বাৰা বিদ্যালয়ত  চিত্ৰাংকন প্ৰতিযোগিতা ,  সম্প্ৰীতি ভোজন আৰু...
14/02/2023

বিদ্যাঞ্জলী স্কুল এডপ্টচন আচনিৰ অধীনত শ’লমাৰা সেনা বাহিনীৰ দ্বাৰা বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা , সম্প্ৰীতি ভোজন আৰু পুৰস্কাৰ বিতৰণৰ কিছু সুন্দৰ মুহুৰ্ত -

গুনোৎসৱ ২০২৩ ৰ সফল পৰিসমাপ্তি ৷
03/02/2023

গুনোৎসৱ ২০২৩ ৰ সফল পৰিসমাপ্তি ৷

আজি ২৯ জানুৱাৰী তাৰিখে গুণোৎসৱৰ প্ৰাক্‌মূহুৰ্তত আমাৰ বিদ্যালয়ত বিয়লি ৫ বজাত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা মহোদয়া জিলা শ...
29/01/2023

আজি ২৯ জানুৱাৰী তাৰিখে গুণোৎসৱৰ প্ৰাক্‌মূহুৰ্তত আমাৰ বিদ্যালয়ত বিয়লি ৫ বজাত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা মহোদয়া জিলা শিক্ষা মিছন সমন্বয়ক মহোদয়া আৰু জিলা শিক্ষা বিষয়া মহোদয়ে পৰিৰ্দশন কৰে। তেখেসকলক ধন্যবাদ জ্ঞাপন কৰিলো।

Address

Tezpur Lakhimpur Road
Tezpur
784104

Telephone

+919864007038

Website

Alerts

Be the first to know and let us send you an email when 36 no Goroimari Junior Basic School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category