Department of Biotechnology, Darrang College

Department of Biotechnology, Darrang College This is an educational page for all the students specially belonging Biotechnology background.

"সদা সচেতন জনতাৰ সম্ভ্ৰান্ত হৃদয়ৰ উন্মুখ এই পথ,প্ৰস্ফুটিত সমাগত নৱ উন্মেষৰ এই ৰথ ।"         ৭৫টা বসন্ত কুলিৰ মৃন্ময়তাৰ স...
20/09/2023

"সদা সচেতন জনতাৰ সম্ভ্ৰান্ত হৃদয়ৰ উন্মুখ এই পথ,
প্ৰস্ফুটিত সমাগত নৱ উন্মেষৰ এই ৰথ ।"

৭৫টা বসন্ত কুলিৰ মৃন্ময়তাৰ সাৰথি হৈ দশক দশক ধৰি উজ্বলি থকা, আই অসমীৰ বৈভৱ জালুকবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত এইয়াই গুৱাহাটী বিশ্ববিদ্যালয়। আজি ১৯/০৯/২০২৩ বৃহস্পতিবাৰে, এই শুভ ক্ষণত দুচকুত আশাৰ অক্লান্ত সুবাস লৈ চাৰিগুৰু তথা জ্যেষ্ঠজনৰ একাঁজলি আশিষৰ পথান্বেষণত আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ শুভকামনা আৰু মোৰ বুকুৰ আপোন লোকবন্ধু ডা: ভূৱনেশ্বৰ বৰুৱা ৪নং দুমহলীয়া ছাত্ৰাবাসৰ প্ৰতিগৰাকী আবাসীৰ মৰম, দীৰ্ঘদিনীয়া আধাশুধীয়া আশাবোৰক নিজৰ সাহস আৰু যুঁজি যোৱাৰ অমোঘ অস্ত্ৰ হিচাপে লৈ মই নিহাৰ ৰঞ্জন ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মনোনয়ন পত্ৰখনি সপৰিয়ালে দাখিল কৰিলোঁ ।
নেতৃত্ব প্ৰদানৰ স্পৃহা আৰু অফুৰন্ত আশাৰ প্ৰেৰণাৰে যাত্ৰাৰ শেষত দুৱাৰ মুকলি হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন মানেই ছাত্ৰ সমাজৰ যোগ্য প্ৰতিনিধি নিৰ্বাচনৰ এক সুস্থ আখৰাৰ সময়। আলোকৰ প্ৰাঞ্জল প্ৰকাশেৰে বিশ্ববিদ্যালয়খনে আকৌ নতুনত্বৰ ঐশ্বৰ্য্যৰে উদ্ভাসি উঠিব, বিশ্ববিদ্যালয়ৰ বাকৰিত এখন সমাজ-শুধৰণি বাস্তৱলোক গঢ়াৰ স্বপ্নও প্ৰতিফলিত হ'ব। এই আশাক বাস্তৱ ৰূপ দিয়াত প্ৰয়োজন হ'ব আপোনালোকৰ আশীৰ্বাদ, দিহা-পৰামৰ্শ, মৰম, সহযোগিতা আৰু আবেগৰ প্ৰাবল্যতাৰ । অনাগত প্ৰতিটো খোজতে কৃষ্ণচূড়াৰ নৈসৰ্গিক শোভাত তন্ময় হৈ আপুনি , মই এককভাৱে আগবাঢ়িম ।

জয়তু গুৱাহাটী বিশ্ববিদ্যালয় !!
জয়তু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা !!

Feel free to ask any queries. 📌The last date of online form fill up is today and there'll be offline mode as well.
03/07/2023

Feel free to ask any queries. 📌
The last date of online form fill up is today and there'll be offline mode as well.

General Information -Gauhati University PGET 2023- 24....The important dates are mentioned in the admission notice.For a...
02/06/2023

General Information -
Gauhati University PGET 2023- 24....
The important dates are mentioned in the admission notice.
For any queries feel free to ask.

Dept. of Biotechnology, Darrang College, Tezpur.Admission for 2022-23 session.For any queries, do contact us.
05/07/2022

Dept. of Biotechnology, Darrang College, Tezpur.
Admission for 2022-23 session.
For any queries, do contact us.

Darrang College TDC 1st Selection List of Biotechnology 2021.
13/09/2021

Darrang College TDC 1st Selection List of Biotechnology 2021.

Do visit the official webpage of Darrang College "www.darrangcollege.in" . Darrang College Admission Notice.Opening of r...
13/08/2021

Do visit the official webpage of Darrang College "www.darrangcollege.in" .
Darrang College Admission Notice.

Opening of registration process for online admission 15-08-2021.

New Class Routine of Darrang College, applicable from the first of January 2021....
30/12/2020

New Class Routine of Darrang College, applicable from the first of January 2021....

Address

Tezpur

Telephone

+919101160150

Website

Alerts

Be the first to know and let us send you an email when Department of Biotechnology, Darrang College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Department of Biotechnology, Darrang College:

Shortcuts

Share

Category