Teachers desk

Teachers desk Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Teachers desk, Education, অসম, Tezpur.

02/10/2026

সাধাৰণ সভা . .

30/09/2026

বৰছলা সমজিলা কাৰ্যালয়ৰ উদ্যোগত গাভৰু শিক্ষাখণ্ডৰ তত্ত্বাৱধানত সমষ্টি ভিত্তিক সেৱা সংকল্প অভিযানৰ প্ৰতিযোগীতা অনুষ্ঠিত আজি . .

29/09/2026

সেৱা সংকল্প অভিযানৰ সমষ্টি ভিত্তিক অনুষ্ঠিত কুইজ আৰু বক্তৃতাত অংশ গ্ৰহণ কৰা প্ৰথম বিজয়ী প্ৰতিযোগী 'তেজপুৰ চৰকাৰী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়'ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী "তেজস্বিনী গোস্বামী" ।

28/09/2026

💠.বিকশিত ভাৰত সপোনৰ ভাৰত । গাভৰু শিক্ষাখণ্ডৰ উদ্যোগত আজি 'সেৱা সংকল্প অভিযান'ৰ সমষ্টি ভিত্তিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় । জৈৱ বৈচিত্ৰ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সাৱলীল বক্তৃতাৰে উজলি উঠে ছাত্ৰ-ছাত্ৰী সকল ।

26/09/2026
20/09/2026

📚লৈ আহিছোঁ নাট্য খবৰ । শিক্ষক , নাট্যকাৰ বিষ্ণুৰাম দাসৰ সামাজিক নাট ' তেজৰ পৰিচয়' আৰু পিংকু কুমাৰ দাসৰ প্লেটফৰ্ম শুভ মহুৰত সম্পন্ন হয়। মহুৰত কৰে বৰছলা সমষ্টিৰ সন্মানীয় বিধায়ক ৰিতু বৰণ শৰ্মাই। নন্দন কানন সংগীত বিদ্যালয় আৰু যুৰীয়া আঁ‌হত প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা ৰঙ্গমঞ্চত যুগশ্ৰেষ্ঠ জুবিন গাৰ্গৰ প্ৰথমটি মৃত্যু তিথিৰ সশ্ৰদ্ধ স্মৰণ 'জুবিন দিৱস' উদযাপনৰ দিনা মহুৰত সম্পন্ন হোৱা নাট দুখনিৰ পৰিচালনা কৰিব নবীন নাট্যকাৰ পাৰ্থ প্ৰতীম বৰাই ।

🌳উৰণীয়া যানত উঠি তলৰ পৃথিৱীখনৰ গীত লিখা ড. ভূপেন হাজৰিকা আজিও প্ৰতিজন অসমীয়াৰ এটুকুৰা তপ্ত তীখা  ।  আজি অসমীয়া সমাজ জীৱন...
08/09/2026

🌳উৰণীয়া যানত উঠি তলৰ পৃথিৱীখনৰ গীত লিখা ড. ভূপেন হাজৰিকা আজিও প্ৰতিজন অসমীয়াৰ এটুকুৰা তপ্ত তীখা । আজি অসমীয়া সমাজ জীৱনৰ প্ৰবাদপ্ৰতিম কাণ্ডাৰী ভূপেনদাৰ শততম জন্ম বাৰ্ষিকীৰ সশ্ৰদ্ধ ওলগ জনালোঁ।

-- Teachers desk

https://youtu.be/Qh9ihA2AA5s?si=UMwnRuV5Ky2wElX-
26/01/2024

https://youtu.be/Qh9ihA2AA5s?si=UMwnRuV5Ky2wElX-

১০/১২ বছৰে শিক্ষকতা (ROP অনুসৰি দৰমহা লাভ কৰি) কৰি থকা ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বিকল্প (Option) ব্যৱস্থাৰে নতুন নিযু....

16/10/2023

🔸তেজপুৰ চায়েঞ্চ একাডেমীত অনুষ্ঠিত হৈছে 'ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অন্তৰ্গত খণ্ডভিত্তিক কুইজ প্ৰতিযোগিতা। গাভৰু শিক্ষাখণ্ড, শোণিতপুৰ।

12/09/2023

অমৃত বৃক্ষ আন্দোলন ২৩

Address

অসম
Tezpur

Website

Alerts

Be the first to know and let us send you an email when Teachers desk posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category