শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়

  • Home
  • India
  • Tezpur
  • শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়

শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয় @সত্ৰীয়াগায়ন
@নৃত্য
আৰু চিত্ৰকলা

25/03/2024
25/03/2024

এইয়া বহাগৰ আগমন।
বাপতি সাহোন বিহু আমাৰ জাতীয় কৃষ্টি, জীয়াই ৰখাতো আমাৰ কৰ্তব্য সেয়ে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাই আমাৰ এটি** বিহু গীত** আপোনালোকলৈ আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোকে মৰমৰে আকোঁৱালি ল'ব। কথা সুৰ কণ্ঠ-শ্ৰী কৰবী শইকীয়া
সহযোগী মোৰ মৰমৰ ছাত্ৰ অৰ্ণৱ হাজৰিকা 🙏🏻

14/08/2023

ত্ৰিৰংগা আমাৰ
জাতীয় পতাকা
আমি অকণি য়ে
জনাও শ্ৰদ্ধা।
অতি আনন্দৰ দিন
নাই মলিনৰ চিন
বন্ধন মুকলি হল
ভাৰত স্বাধীন হল।
সেই উল্লাসতে
আমি অকণিহঁতে
গাইছো এফাঁকি
জয়ৰ গান।।
সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

08/09/2022

আমাৰ অতি শ্ৰদ্ধাৰ ড' ভূপেন হাজৰিকাৰ মেঘমন্দিত কণ্ঠৰে গাই থৈ যোৱা সকলো যুগৰ বাবে চিৰ নতুন যাৰ মাদকতা অতি বিতোপন তেনে এটি গীত মাথোঁ গাবলৈ প্ৰয়াস কৰিলোঁ তেখেতক সুঁৱৰি।

20/06/2022

অসুন্দৰৰ সমাধিত সুন্দৰক প্ৰতিষ্ঠা কৰা যাৰ আভাৰে কৃষ্টিৰ দেউল জাতিষ্কাৰ হোৱা পৃথিৱীত জোন বেলি থাকে মানে তুমি যেন
জ্যোতিস্মান হৈ ৰোৱা .....
প্ৰনাম প্ৰনাম প্ৰনাম ।।।

শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ত আজি অনুস্থিত হব লগা বৰগীত ব্যৱহাৰিক পৰীক্ষাৰ (৩১/০১/২২) সমুহ ছাত্ৰ/ছাত্ৰী লৈ  ...
31/01/2022

শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ত আজি অনুস্থিত হব লগা বৰগীত ব্যৱহাৰিক পৰীক্ষাৰ (৩১/০১/২২) সমুহ ছাত্ৰ/ছাত্ৰী লৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।।

01/07/2021

বৰণ্য শিল্পী সূধাকণ্ঠ ড' ভূপেন হাজৰিকা দেৱৰ এটি মহান গীত পৰিবেশন কৰিবলৈ প্ৰয়াস কৰিছোঁ ।

20/06/2021

শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয় ৰ তৰফৰ পৰা
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেৱৰ মৃত্যু জয়ন্তীত তেখেতলৈ আন্তৰিক শ্ৰদ্বাঞ্জলি আৰু সন্মান জ্ঞাপন কৰিলো।।

12/10/2020

শোণিতকোঁৱৰ গজেনবৰুৱা সংগীত
মহাবিদ্যালয় ছাত্ৰ আৰু ছাত্ৰীৰ দ্বাৰা পৰিবেশিত এটি দিহা নাম

08/09/2020

গুৰু জনাৰ তিথি উপলক্ষে আই-মাতৃ সকলে পৰিৱেশন কৰা এটি দিহা-নাম ।

11/08/2020

শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালৰ দৃষ্টী হীন ছাত্ৰীৰ দ্বাৰা পৰিৱেশীত এটি ৰাভা সংগীত

26/07/2020

শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত এটি সাম্প্ৰতিক গীত।

গীত -: "কৰুণা"

কথা-সুৰ -: কৰৱী শইকীয়া ।

বাহী -: বিতুপন।

তবলা -: জয়ন্ত নাথ ।

কী-ৱৰ্ড- জয়ন্ত নাথ ।

শব্দ মিশ্ৰণ- ৰিকি ।

বিশেষ কৃতজ্ঞতা- শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ সমূহ ছাত্র-ছাত্ৰী সকল লগতে সমূহ অভিভাবক সকল।

YouTube Link: https://youtu.be/YnDEZyjxfYI

Address

Tezpur
784180

Opening Hours

3am - 5:45am

Website

Alerts

Be the first to know and let us send you an email when শোণিত কোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category