Dekorai Higher Secondary School

Dekorai Higher Secondary School Dekorai H.S.S. is a provicialised Higher Secondary School established in 1968. Dekorai H.S. school has Arts and Commerce stream in H.S. level.

দৈনিক অসম কাকতত
02/05/2026

দৈনিক অসম কাকতত

সদ্যঘোষিত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা ভূঞাই কলা শাখাত ...
30/04/2025

সদ্যঘোষিত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা ভূঞাই কলা শাখাত পাঁচটা বিষয়ত লেটাৰসহ শতকৰা সৰ্বোচ্চ ৯২% নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈ বিদ্যালয়ৰ লগতে বৃহত্তৰ ইটাখোলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।। ছাত্ৰীগৰাকীলৈ বিদ্যালয় তৰফৰ পৰা অভিনন্দনৰ জনোৱাৰ লগতে ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ।।

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৬ সংখ্যক বিদ্যালয় সপ্তাহৰ' বৈচিত্ৰ্যময় আমাৰ অসম' শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা এক মনোৰম...
14/12/2024

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৬ সংখ্যক বিদ্যালয় সপ্তাহৰ' বৈচিত্ৰ্যময় আমাৰ অসম' শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা এক মনোৰম দৃশ্য

DAY-2আজি দ্বিতীয় বাৰলৈ  PM SHRI আঁচনিৰ অধীনত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ,সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ  শিক্ষাৰ্...
05/12/2024

DAY-2

আজি দ্বিতীয় বাৰলৈ PM SHRI আঁচনিৰ অধীনত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ,সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ শিক্ষাৰ্থী সকলক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে জামুগুৰিহাটৰ 'ভৰলীপৰিয়া কন্যকা বহুমুখী পাম' পৰিদৰ্শন কৰোৱা হয় ।

দিনাংক:-০৫-১২-২০২৪

DAY-1 PM SHRI আঁচনিৰ অধীনত আজি ইং ১ ডিচেম্বৰ,২০২৪ তাৰিখে PM SHRI DEKORAI H.S.SCHOOL য়ে বিদ্যালয়ৰ দুই শতাধিকৰো অধিক শিক্ষ...
01/12/2024

DAY-1

PM SHRI আঁচনিৰ অধীনত আজি ইং ১ ডিচেম্বৰ,২০২৪ তাৰিখে PM SHRI DEKORAI H.S.SCHOOL য়ে বিদ্যালয়ৰ দুই শতাধিকৰো অধিক শিক্ষাৰ্থীক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে নগাঁৱৰ ঐতিহাসিক তীৰ্থস্থান 'বৰদোৱা থান' পৰিদৰ্শন কৰোৱা হয় । এই ক্ষেত্ৰভিত্তিক অধ্যয়নে শিক্ষাৰ্থীসকল শৈক্ষিক দিশত লাভম্বিত কৰিব।

আজি ইং :-27 নৱেম্বৰ,বুধবাৰ তাৰিখে দিকৰাই উ:মা:বিদ্যালয় হৈ যোৱা ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা স...
27/11/2024

আজি ইং :-27 নৱেম্বৰ,বুধবাৰ তাৰিখে দিকৰাই উ:মা:বিদ্যালয় হৈ যোৱা ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা সমূহ প্ৰাৰ্থীলৈ দিকৰাই উ:মা: বিদ্যালয়ৰ পৰিয়ালৰবৰ্গৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত বিদ্যালয়ৰ উন্নতিৰ হকে সকলোৱে মিলি কাম কৰি বিদ্যালয়ৰ সুনাম অর্জনত সহায় আগবঢ়াব বুলি আমি আশাবাদী।

জয়তু দিকৰাই উ:মা:বিদ্যালয়

জয়তু ছাত্ৰ একতা সভা

অমৃত বৃক্ষ আন্দোলন, দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়।।দিনাংক : ১৭/০৯/২০২৩, দেওবাৰ।।
17/09/2023

অমৃত বৃক্ষ আন্দোলন,
দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়।।
দিনাংক : ১৭/০৯/২০২৩, দেওবাৰ।।

16/09/2023

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
জাকেৰি নাহিকে উপাম
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ।।🙏🙏
বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালনৰ কিছু দৃশ্য।।

🇮🇳 Celebrating Independence Day with pride and unity! 🎉 NCC cadets showcasing discipline and precision through their imp...
15/08/2023

🇮🇳 Celebrating Independence Day with pride and unity! 🎉 NCC cadets showcasing discipline and precision through their impressive drill performance. 🕊️ Students embracing our diverse culture and heritage through captivating cultural programs. Let's remember the sacrifices of our freedom fighters and cherish the spirit of freedom today and always. Happy Independence Day! 🇮🇳

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ প্ৰদৰ্শনীত জ্যোতিৰ্বিজ্ঞানৰ আকাশ চাও আহা কাৰ্যসূচী কৰা বিশিষ্...
11/08/2023

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ প্ৰদৰ্শনীত জ্যোতিৰ্বিজ্ঞানৰ আকাশ চাও আহা কাৰ্যসূচী কৰা বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়া আৰু নাই । খবৰটোৱে আমাক অতিকৈ মৰ্মাহত কৰিছে। তেখেতৰ বিয়োগ অসম তথা বিজ্ঞান জগতৰ বাবে এক ডাঙৰ ক্ষতি, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি দিকৰাই পৰিয়ালবৰ্গই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।।🙏🙏🙏

K.R.Das ছাৰৰ লগতে আন দুগৰাকী লেখকৰ সৈতে আমাৰ বিদ্যালয়ৰ হিচাপবিদ্যা বিষয়ৰ বিষয় শিক্ষক শ্ৰী যুত হীৰকজ্যেতি মেধি ডাঙৰীয়...
10/08/2023

K.R.Das ছাৰৰ লগতে আন দুগৰাকী লেখকৰ সৈতে আমাৰ বিদ্যালয়ৰ হিচাপবিদ্যা বিষয়ৰ বিষয় শিক্ষক শ্ৰী যুত হীৰকজ্যেতি মেধি ডাঙৰীয়াই বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন শিক্ষা নীতি অনুসৰি প্ৰস্ত্তত কৰি উলিওৱা উচ্চতৰ মাধ্যমিক প্রথম আৰু চূড়ান্ত বৰ্ষৰ নতুন সংস্কৰণৰ "হিচাপবিদ্যা" (ACCOUNTANCY) পাঠ্যপুথি দুখন 2/8/2023 তাৰিখে বিদ্যালয়ত আয়োজন কৰা এটি অনুষ্ঠানৰ যোগেদি মুকলি কৰা হয় । আমাৰ বিদ্যালয় তথা অঞ্চলৰ বাবে ই এক গৌৰৱৰ বিষয়। এই চেগতে বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা পুনৰবাৰ মেধি ছাৰলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Address

Itakhola Seijusha Road
Tezpur
784182

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Website

Alerts

Be the first to know and let us send you an email when Dekorai Higher Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Dekorai Higher Secondary School:

Shortcuts

Share

Category