Al-Kauser Model Academy

Al-Kauser Model Academy Al Kauser Model Academy official page , Like & Follow this page to get notifications , updates from school authority.
(1)

জুবিন দিৱসত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ। ❤️
19/09/2026

জুবিন দিৱসত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ।
❤️

09/09/2026

“সুৰৰ তালত নাচে কণমানি মন,
খোজে খোজে বিয়পি পৰে আনন্দৰ ৰং।”

শিক্ষক দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত ‘ৰাংঢালী ছোৱালী’ গীতত তৃতীয় শ্ৰেণীৰ ছাত্ৰী ‘ছামিম আফ্ৰিন’ৰ মৰমলগা নৃত্য।
​

08/09/2026

“জ্ঞানৰ পোহৰ, সপোনৰ বাট,
শিক্ষকৰ হাতত জীৱনৰ পাঠ।”
শিক্ষা গুৰুসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জনাই শিক্ষক দিৱসত নৱম মান শ্ৰেণীৰ 'জান্নাতুন নাইম'ৰ কণ্ঠত প্ৰতিধ্বনিত হয় এটি হৃদয়স্পৰ্শী কবিতা।

❤️

Teachers' Day 2026 Celebration     ❤️  ❤️
08/09/2026

Teachers' Day 2026 Celebration
❤️ ❤️

Teachers' Day 2026শিক্ষক দিৱস ২০২৬ ৰ কিছুমান ছবি...Al-Kauser Model Academy
06/09/2026

Teachers' Day 2026
শিক্ষক দিৱস ২০২৬ ৰ কিছুমান ছবি...
Al-Kauser Model Academy

22/08/2026

🎶 A Soulful Tribute to our motherland, India 🇮🇳
Students of Class 8 — Fariha, Jesmin, Afruja and Khalida — beautifully sang the patriotic song “Maa Tujhe Salaam” during the 80th Independence Day Celebration at our school. ❤️Jai Hind! 🇮🇳

19/08/2026

🎶🇮🇳 A Melody of Patriotism! 🇮🇳🎶

‘Rosma Aktara’ melodiously performed the soulful patriotic song “Ae Watan Tere Liye” during our Independence Day Celebration Ceremony. Her heartfelt voice filled the atmosphere with love for our nation and pride in our motherland. ❤️🇮🇳
Proud moments, patriotic hearts! 🇮🇳✨

Ramadan Mubarak  🌙
19/02/2026

Ramadan Mubarak
🌙

We extend our best wishes to all HSLC candidates.
09/02/2026

We extend our best wishes to all HSLC candidates.

05/02/2026

কনকলতা বৰুৱাৰ নিৰ্ভীক মনোভাৱক স্মৰণ কৰি ৭৭ তম গণতন্ত্ৰ দিৱস উদযাপন অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কনকলতা বৰুৱাৰ সাহস, ত্যাগ, আৰু আত্মবলিদানক মঞ্চত নাটৰ জৰিয়তে জীৱন্ত কৰি তুলিছে।
নাটকত কনকলতা বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে অষ্টম শ্ৰেণীৰ ছাত্ৰী জাকিয়া ছবনম।
কনকলতা বৰুৱাৰ সংগ্ৰাম আৰু বলিদানক সশ্ৰদ্ধ প্ৰণাম। জয় হিন্দ, জয় আই অসম।

Address

Tezpur
784027

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 12pm
Saturday 8am - 3pm

Telephone

+919394307600

Alerts

Be the first to know and let us send you an email when Al-Kauser Model Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category