18/11/2025
আজি অসমীয়া জাতিৰ প্ৰাণ জুবিন গাৰ্গৰ জন্মদিন৷
কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত আজি ১৮ নৱেম্বৰ তাৰিখে পূব যোৰহাট খণ্ডৰ শিক্ষয়িত্ৰী লিপিকা বৰা আৰু চিম্পী দাসে বিদ্যালয়লৈ উপহাৰ হিচাপে আগবঢ়োৱা এটি ‘নাহৰ পুলি’ ৰোপণ কৰা হয়৷ জাতিৰ প্ৰাণ মহান মণিষীগৰাকীক আমাৰ বিদ্যালয়ৰ প্ৰাংগণত নাহৰ গছ হিচাপে জীয়াই ৰাখিম৷
১৮ নৱেম্বৰ, ২০২৫