EDU - POINT

EDU - POINT A VISION OF SUCCESS Coaching Classes Available for:
CLASS V, VI, VII and VII: G. Maths, English
CLASS IX and X : G. Maths, G. Science, Adv. Jagot .

Maths, English
CLASS XI and XI: Mathematics and Engilsh
Our Faculty Members: 1. Das(Maths, Science, Adv. Maths)
2 . Lovely Das(English)
3 . Dipen Hazarika(English)

2 . Pranjal Saikia(Physics)
3. Gyandeep pathak( Chemistry)



@@@ WE PROVIDE HOME TUTOR ALSO

02/03/2023
মান্যবৰ জ্ঞানদ্বীপ পাঠক ছাৰৰ নৱ জীবনৰ ন ক্ষণত অন্তৰৰ নিভৃত কোণৰ পৰা একাঁজলি হিয়াভৰা আশিষ। কন্টকময় পথত হেলাৰঙে অতিক্রম ...
02/08/2022

মান্যবৰ জ্ঞানদ্বীপ পাঠক ছাৰৰ নৱ জীবনৰ ন ক্ষণত অন্তৰৰ নিভৃত কোণৰ পৰা একাঁজলি হিয়াভৰা আশিষ। কন্টকময় পথত হেলাৰঙে অতিক্রম কৰি সোণালী জীৱনত সোণ বোটলক।

20/08/2021

In Edu Point ,Teok following Courses are ongoing :-
* School level ( Mathematics , General Science , English for class IX and X) ;
HS level (Science stream - Physics , Chemistry & Mathematics) .

*HS 1st year Classes will be Started soon.

*HS 2nd year Classes are undergoing (1st batch ) & Admission for 2nd batch will be started .

*Limited Seats (10 seats per batch )

দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষ আৰু দ্বিতীয়বর্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে তলত উল্লেখ কৰা বিভিন্ন বিষয় সমূহৰ Tuit...
21/06/2021

দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষ আৰু দ্বিতীয়বর্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে তলত উল্লেখ কৰা বিভিন্ন বিষয় সমূহৰ Tuition Class ৰ নামভৰ্তি আৰম্ভ কৰা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে কাৰ্য্যলয়ত আহি নাইবা ফোনত যোগাযোগ কৰিব পাৰিব । কাৰ্য্যালয়লৈ আহোঁতে মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয়।

Admission has started for the students of class 10,11 and 12 in the tuition classes of various subjects.. Interested students can contact us by visiting the office..
😷Masks and Social distancing 👤✖️👤are mandatory when you come to the office..

Subject :
1. General Mathematics
2. Advance Mathematics
3. Physics
4. Chemistry
5. English
6. Economics .
7. Sociology
📱 1. 8638981393
2. 9401930249
3. 9101999901
4. 9101917853
5. 8638060284

17/02/2021

We are going to Start the Classes for Polytechnic Admission Test for those who willing to appear in PAT 2021 .

We believe on the Basic Knowledge and Practical Visualisation of the subjects such that any student get a little help in learning their subjects and make their dream true .

Application for PAT 2021 starts from 24 May' 2021.

Exam will held in July '2021 .

02/09/2020

বহু ছাত্ৰ ছাত্ৰীয়ে entrance ৰ কাৰণে Biology ৰ class বাবে আমাক যোগাযোগ কৰিছিল। ছাত্ৰ ছাত্ৰীৰ এই অসুবিধা দূৰ কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে দুগৰাকী বহু অভিজ্ঞতা সম্পন্ন শিক্ষকক নিমন্ত্ৰণ দিলোঁ।

Class অতি সোনকালে হব। দুই এটা class আজিৰ পৰা আৰম্ভ হৈছে।

এই বিষয়ত আগ্ৰহী ছাত্ৰ ছাত্ৰী সকল আহিব পাৰিব।
ধন্যবাদ।।।

Edu-point শৈক্ষিক প্ৰতিষ্ঠানৰ ইংৰাজী বিভাগৰ শিক্ষক শ্রী দিপেন হাজৰিকা আৰু অংক বিভাগৰ শিক্ষক মিন্টু কলিতাই   TET ত উৰ্ত্ত...
30/08/2020

Edu-point শৈক্ষিক প্ৰতিষ্ঠানৰ ইংৰাজী বিভাগৰ শিক্ষক শ্রী দিপেন হাজৰিকা আৰু অংক বিভাগৰ শিক্ষক মিন্টু কলিতাই TET ত উৰ্ত্তীণ হৈ অহা 1 চেপ্তেম্বৰত নিজৰ কৰ্মক্ষেত্ৰত যোগদান কৰিব। তেওঁলোকলৈ আমাৰ তৰফৰ পৰা শুভ ইচ্ছা জ্ঞাপন কৰিলো।

17/08/2020

আজি, Edu-point এ ষষ্ঠটি বর্ষত ভৰি দিছে। এই বিশেষ ক্ষণত আপোনালোকৰ মাজলৈ আমাৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ video আগবঢ়াইছোঁ। ইমান দিনে সমগ্ৰ টিয়ক বাসীয়ে, আমাক উৎসাহ উদ্দীপনা তথা সঁহাৰি জনোৱাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আমাৰ আঁতধৰি যি সকল ছাত্ৰ ছাত্ৰীয়ে আগবাঢ়ি গৈছে, তেওঁলোকলৈও এই আপাহতে আমাৰ ফালৰ পৰা শুভ ইচ্ছা জ্ঞাপন কৰিলোঁ।। ধন্যবাদ।

আজি  EDU-POINT অনুষ্ঠানটিয়ে ষষ্ঠটি বৰ্ষত ভৰি দিছে। আজি এই আপাহতে  বৰ্তমানলৈকে যি সকল ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে...
17/08/2020

আজি EDU-POINT অনুষ্ঠানটিয়ে ষষ্ঠটি বৰ্ষত ভৰি দিছে। আজি এই আপাহতে বৰ্তমানলৈকে যি সকল ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে প্রাণ পায় উঠিছে, তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

Address

A. T. Road TEOK BOLOMA TINI ALI
Teok
785112

Opening Hours

Monday 5am - 7pm
Tuesday 5am - 7pm
Wednesday 5am - 7pm
Thursday 5am - 7pm
Friday 5am - 7pm
Saturday 5am - 7pm
Sunday 5am - 3pm

Telephone

+918638981393

Website

Alerts

Be the first to know and let us send you an email when EDU - POINT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category