28/03/2025
ৰঙালী বিহুৰ প্রাকক্ষণত অসমীয়াৰ গৌৰৱ এখনিকৈ গামোচা উপহাৰ হিচাপে দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জনালোঁ।লগতে বিদ্যালয়ৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।🙏