GKB College,Tamulichiga

GKB College,Tamulichiga G.K B COLLEGE, TAMULICHIGA

Computer course at affordable price, certification by Assam govt undertaking agency. Courses open for all ... Come one c...
19/03/2026

Computer course at affordable price, certification by Assam govt undertaking agency. Courses open for all ... Come one come all and avail the opportunity.

আজি ১৮ নৱেম্বৰ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনত  প্ৰাণৰ শিল্পী জনক স্মৰণ  কৰি এক বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰো।জুবিন দা...
18/11/2025

আজি ১৮ নৱেম্বৰ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনত প্ৰাণৰ শিল্পী জনক স্মৰণ কৰি এক বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰো।
জুবিন দাৰ ফটোত বন্তি প্ৰজ্বলন কৰি সকলোৱে “মায়াবিনী” গীতটো গাই জুবিন দাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু প্ৰণাম জনাও।অনুষ্ঠানটোত মুখ্য ৰোপক হিচাপে উপস্থিত আছিল শ্ৰীশ্ৰী আদ্যদেওপানী গজলা সত্ৰ, খনামুখৰ সত্ৰাধিকাৰ শ্ৰী যুত দেৱ কুমাৰ মহন্ত দেৱ। তেওঁ এটা বকফুল ৰোপণ কৰি পৰিবেশ সুৰক্ষাৰ প্ৰতি অনন্য বার্তা প্ৰদান কৰে। অধ্যক্ষ Dr. Debojit Borah দেৱে জুবিন গাৰ্গৰ জীৱনাদৰ্শ সোৱৰণ কৰি শিল্পী গৰাকীক শ্ৰদ্ধা জনাই। শিক্ষক শ্ৰীযুত প্ৰকাশ বৰঠাকুৰে জুবিন দাৰ ফটোত বন্তি প্ৰজ্বলন কৰে।
আজিৰ দিনটোৰ এটা অতি ভাল লগা দিশ হ'ল টিয়কৰ কেইজনমান উৎসাহী যুৱক প্ৰকৃত জুবিন অনুৰাগী "Shyam Vegetable Supplier''ৰ
প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে মহাবিদ্যালয়ত আহি কেইটামান নাহৰ পুলি ৰোপণ কৰি দিনটোক অতি অৰ্থপূৰ্ণ আৰু স্মৰণীয় কৰি তুলিলে। তেওঁলোকে আজিৰ দিনটোত বিভিন্ন শিক্ষানুষ্ঠানত শতাধিক নাহৰ পুলি ৰোপন কৰি প্ৰাণৰ শিল্পী জনক স্মৰণ কৰে ।তেওঁলোকৰ এই আগ্ৰহ, দায়িত্ববোধ আৰু পৰিবেশ প্ৰতি ভালপোৱাক আমি অন্তৰৰ পৰা অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। এনেধৰণৰ সহযােগিতা আৰু চেতনাবোৰেই আমাৰ সমাজক আগবঢ়াই নিয়া এক শক্তি।আমি সকলোমিলি আজি জুবিন দাৰ জন্মদিনক সঁচা অৰ্থত প্ৰকৃতি-প্ৰেমেৰে উদযাপন কৰিলোঁ।
জুবিন দা, আপোনাৰ জন্মদিনত আমাৰ শ্রেষ্ঠ উপহাৰ—এই সেউজীয়া আশা।

17/06/2025
30/09/2024

মহাবিদ্যালয়ত ২৬-০৯-২০২৪ তাৰিখে HIV/AIDS আৰু মাদক দ্ৰব্য বিৰোধী এক দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ কোষ, মহাবিদ্যালয়ৰ ৰেড ৰিৱন ক্লাৱ ( Red Ribbon Club) আৰু ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ দ্বাৰা আয়োজন কৰা দিনজোৰা কাৰ্যসূচী অধ্যক্ষ দেৱজিত বৰা দেৱে শুভাৰম্ভ কৰে ।মহাবিদ্যালয়ত জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডা° ভক্তিময় ভট্টাচাৰ্য দেৱে এইডছৰ সম্প্ৰসাৰণ আৰু সজাগতা সম্পৰ্কত বক্তব্য ৰাখে, ভগামুখ চিকিৎসালয়ৰ অধীক্ষক ডা° দুলুমণি বৰা, সমাজ কৰ্মী দীপক হাজৰিকাই এইডছ আৰু মাদক দ্ৰব্যৰ ভয়াবহতা সম্পৰ্কত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে।অনুষ্ঠানত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু স্থানীয় লোক উপস্থিত থাকি শপত গ্ৰহণ কৰে। মহাবিদ্যালয়ৰ এটা দলে আজি খনামুখ, ভগামুখ অঞ্চলতো এইডছ, মাদক দ্ৰব্য তথা ৰাগীয়াল দ্ৰব্যৰ ভয়াবহতা আৰু স্বচ্ছ আৰু নিকা সমাজ গঢ়া সম্পৰ্কত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে।

Entrepreneurship Dev. Cell of the College launched LED Light, inaugurated by Mariani MLA Srjt. Rupjyoti Kurmi on 7th Sep...
10/09/2024

Entrepreneurship Dev. Cell of the College launched LED Light, inaugurated by Mariani MLA Srjt. Rupjyoti Kurmi on 7th Sept, 2024. With 1 year warranty 15 Watt LED at only ₹ 150.

The NSS Unit of GKB College, Tamulichiga, organized "Har Ghar Tiranga" campaign from 9th August  to 15th August, 2024. O...
15/08/2024

The NSS Unit of GKB College, Tamulichiga, organized "Har Ghar Tiranga" campaign from 9th August to 15th August, 2024. On this event the NSS volunteers distributed national flags to faculty members and visited each household in the local village to distribute flags, inform residents about the significance of the tricolor, and explain the proper protocol for hoisting it. The team also organized a "Tiranga Jatra" , a Tiranga Pledge taking ceremony. The campaign concluded with Independence Day celebration. The students union organised a art and essay writing competition on the occasion of 78th Independence Day.

৪০তম প্ৰতিষ্ঠা দিৱস০৭ নৱেম্বৰ ২০২৩
08/11/2023

৪০তম প্ৰতিষ্ঠা দিৱস
০৭ নৱেম্বৰ ২০২৩

Address

Teok
785682

Alerts

Be the first to know and let us send you an email when GKB College,Tamulichiga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to GKB College,Tamulichiga:

Shortcuts

Share

Category