Paathshala Coaching Institute

Paathshala Coaching Institute Coaching Classes for Class IX to B.Sc Standard
Subjects Taken: Physics, Chemistry, Maths, Biology, A

Students receiving awards from Director Dr. G Narahari Sastry, Dr. Jatin Kalita & Dr. Lakshi Saikia(Principal Scientist)...
24/03/2023

Students receiving awards from Director Dr. G Narahari Sastry, Dr. Jatin Kalita & Dr. Lakshi Saikia(Principal Scientist) CSIR-NEIST on the occasion of One week One Lab program.
Award category -
Quiz -2nd Position
Riddles-1st Position
Riddles-3rd Position
♥️Congratulations to all of you🎊

09/03/2023

মুখবোৰ নতুন হ'লেও সপোনবোৰ নতুন হ'লেও কিন্তু আমাৰ দায়িত্ব, প্ৰতিশ্ৰুতি উদ্দেশ্য একেটাই। সপোনসন্ধানী সকলৰ সপোনবোৰ সাকাৰ কৰা। সেয়ে আমি সাজু হৈছো আকউ এবাৰ নতুন পুলিবোৰ বৰ গছ কৰাৰ লক্ষ্যৰে।

" পাঠশালা " ৰ সৈতে জড়িত হৈ, ইয়াত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তথা ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলেই আমাৰ গৌৰৱ। তেওঁলোকৰ গৌৰৱেই আমাক এখোজ এখোজকৈ আগলৈ আগবঢ়াত অনুপ্ৰেৰণা যোগাইছে। তেওঁলোকেই আমাৰ সাহস।
এই ক্ষণতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে "পাঠশালা" ত উপৰোক্ত পৰীক্ষাসমূহৰ বাবে শিক্ষণৰ নতুনকৈ নামভৰ্তি চলি আছে। আসন সীমিত, গতিকে ইচ্ছুকসকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে।
শিকিবলৈ, শিকাবলৈ, নিজকে আৱিস্কাৰ কৰিবলৈ।

Admission Open >>
(2023-24 Session)

সবিশেষ তলৰ ভিডিঅ'টোত দিয়া হৈছে।

29/01/2023

Paathshala Farewell 2k23❤️ A song beautifully Sang by my Students X & XII👬, Thank you all for your love and Support !

Address

Gual Gaon Road
Teok
785112

Opening Hours

Monday 6am - 8pm
Tuesday 6am - 8pm
Wednesday 6am - 8pm
Thursday 6am - 8pm
Friday 6am - 8pm
Saturday 6am - 8pm
Sunday 6am - 8pm

Telephone

+917002514144

Alerts

Be the first to know and let us send you an email when Paathshala Coaching Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Paathshala Coaching Institute:

Shortcuts

Share

Category