36 No. Teok LP School

36 No. Teok LP School ..

বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2021
01/01/2022

বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2021

01/01/2022
কৰুণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপিয়াকৈ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।
15/08/2021

কৰুণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপিয়াকৈ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ বাবে দিয়া শৈক্ষিক সমল ১ বিতৰণ কৰাৰ দৃশ্য।তাং: ০৫/০৮/২০২১
07/08/2021

বিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ বাবে দিয়া শৈক্ষিক সমল ১ বিতৰণ কৰাৰ দৃশ্য।
তাং: ০৫/০৮/২০২১

কৰুণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ থকা হেতু ছাত্র-ছাত্ৰীক নিজাববীয়াকৈ কিছু শৈক্ষিক সমল যোগান ধৰা হয়। লগতে মধ্যহ্...
29/06/2021

কৰুণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ থকা হেতু ছাত্র-ছাত্ৰীক নিজাববীয়াকৈ কিছু শৈক্ষিক সমল যোগান ধৰা হয়। লগতে মধ্যহ্ন ভোজনৰ সামগ্ৰী বিতৰণ কৰা হয়।

পুনৰ কৰুণা মহামাৰীৰ বাবে ১৮ এপ্ৰিল ২০২১ ৰ পৰা বিদ্যালয়ৰ পাঠদান বন্ধ হয়।
21/04/2021

পুনৰ কৰুণা মহামাৰীৰ বাবে ১৮ এপ্ৰিল ২০২১ ৰ পৰা বিদ্যালয়ৰ পাঠদান বন্ধ হয়।

৩৬ নং টীয়ক প্ৰাথমিক বিদ্যালয়ৰ ২০২১-২২ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি আজি ইং ০৯/০৪/২০২১ তাৰিখে বিতৰণ কৰা হয়।
09/04/2021

৩৬ নং টীয়ক প্ৰাথমিক বিদ্যালয়ৰ ২০২১-২২ শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি আজি ইং ০৯/০৪/২০২১ তাৰিখে বিতৰণ কৰা হয়।

বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী যুত ভৱানী গগৈ দেৱৰ  অৱসৰ গ্ৰহণ ও জ্যেষ্ঠ শিক্ষকক প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ অনুষ্ঠান। অনু...
31/01/2021

বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী যুত ভৱানী গগৈ দেৱৰ অৱসৰ গ্ৰহণ ও জ্যেষ্ঠ শিক্ষকক প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ অনুষ্ঠান। অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা সকলোলৈকে ৩৬ নং টীয়ক প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

01/01/2021

৩৬ নং টীয়ক প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটোৱে সকলোলৈকে সুখ শান্তি আনন্দৰ বতৰা কঢ়িয়াই আনক।
Happy New Year 2021.

01/01/2021

১০ মাহৰ অন্তত পুনৰ আজিৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হৈছে। কৰোনা মহামাৰীৰ অন্ত পৰক আৰু ভাল দিন আঁহক...

বিদ্যালয়ৰ তোৰণৰ শুভ উদ্বোধন অনুষ্ঠান।তাং:২৫/০১/২০২০ (শনিবাৰ)
20/02/2020

বিদ্যালয়ৰ তোৰণৰ শুভ উদ্বোধন অনুষ্ঠান।
তাং:২৫/০১/২০২০ (শনিবাৰ)

30/01/2020

৩৬ নং টীয়ক প্ৰাথমিক বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্র ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীক এই page টো like কৰিবলৈ অনুৰোধ জনালোঁ।

Address

Teok

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when 36 No. Teok LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share