20/05/2026
১৫/০৫/২০২৬ তাৰিখে একাদশ শ্ৰেণীৰ ছাত্ৰ—ছাত্ৰী সকলৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰা পতাকা উত্তোলন কায্যসূচীৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ প্ৰাচীৰ পত্ৰিকা(স্ৰোতস্বিনী) উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰী শিক্ষক অজিত চন্দ্ৰ নেওঁগে ৷ নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনন্দ বৰা দেৱ৷